• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত পৃথক বড়োলেণ্ডৰ দাবীত ৰাজহুৱা মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 26, 2018 4:01 pm
বড়োলেণ্ডৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কোকৰাঝাৰত জিলা সদৌ অসম নিখিল বড়ো ছাত্ৰ সন্থাই এন ডি এফ বি ( পি) আৰু পি জে এ চি বি এমৰ সহযোগত পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰ শিশু উদ্যানত তিনি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে এবছুৰ সভাপতি প্ৰমদ বড়ো সহ প্ৰায় শতাধিক সংগ্ৰামীয়ে মুণ্ডন কাৰ্যসূচী হাতত লয়।

উল্লেখযোগ্য যে বড়ো সকলে পৃথক ৰাজ্যৰ দাবীত দীৰ্ঘ দিন ধৰি আন্দোলন কৰি আহিছে। এই ক্ষেত্ৰত ২০১৭ চনৰ ২৬ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতে বিজেপি চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বৈঠক আয়োজন কৰি বড়োলেণ্ড সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল।

Apply Now

কিন্তু যোৱা বছৰৰ ২৬ এপ্ৰিলত কৰা আলোচনাৰ পিচৰ পৰা আজিলৈকে চৰকাৰে কোনো ধৰণৰ আলোচনা কৰা নাই। তাৰোপৰি যোৱা ২০১৪ চনৰ নিৰ্বাচনৰ ইষ্টিহাৰত লিখিত ৰূপত বড়োলেণ্ড সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বড়ো সকলৰ ভোট আদায় কৰি ক্ষমতালৈ অহাৰ পিছত বড়োলেণ্ড বিষয়ৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিজেপি চৰকাৰে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত এই অভিযোগ তুলি অতি শীঘ্ৰে বড়োলেণ্ডৰ ওপৰত ৰাজনৈতিক পৰ্যায়ৰ আলোচনা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা আৰু কাৰ্বিআংলঙৰ বড়ো সকলক এছ টি (পাৰ্বত্য) দিয়াৰ দাবীৰে চহৰখন উত্তাল কৰি তুলিছে।

২০১৪ চনত প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে বড়োসকলক লিখিতভাৱে বড়োলেণ্ডৰ সমস্যা সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেই আশ্বাস কেৱল আশ্বাসতে থাকিল কাৰ্যক্ষেত্ৰত একো নহ’ল। যাৰ ফলত বড়ো ছাত্ৰ সংগঠনে আজি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আনহাতে এবছুৰ সভাপতি প্ৰমদ বড়োৱে কয় যে, ‘দাবী পূৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত থাকিব আৰু ২ মে’ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আৰু ইয়াৰ পিছত ৩৬ ঘণ্টীয়া চকা বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব।’

আজিৰ প্ৰতিবাদত এবছুৰ বহু সংখ্যক সদস্য, এন ডি এফ বি (পি) , পি জে এ চি বি এমৰ নেতা, সদস্য সকল উপস্থিত থাকে। পুৱা ১০ বজা পৰা ১ বজালৈ কৰা প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd