• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গঁড়-খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীনৰ পৰা : কাজিৰঙাত ঘোষণা পেৰা চাইক্লিষ্ট ৰাকেশৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 24, 2018 6:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গঁড়ৰ খৰ্গৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় পৰিচালিত হয় চীন দেশৰ পৰা। গঁড়ৰ খৰ্গ টামু আৰু মোৰে হৈ বিদেশৰ বজাৰলৈ ওলাই যায়।’ অন্যধৰণে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বনিকে থাইলেণ্ডৰ পৰা চাইকেলেৰে আহি আজি কাজিৰঙাত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰ আগত এই মত প্ৰকাশ কৰে।

থাইলেণ্ডৰপৰা ম্যানমাৰ হৈ ৩২০০ কি.মি. দূৰত্ব চাইকেলেৰে অতিক্ৰমি অহা যুৱকজনে লগতে জনায় যে, ‘চীনৰ লগতে এচিয়াৰ বহু দেশত গঁড়ৰ খৰ্গৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ উপৰি অন্ধবিশ্বাসী ধাৰণাৰে যৌন উদ্দীপক ঔষধো প্ৰস্তুত কৰা হয়।’

Apply Now

২৪ ডিচেম্বৰত থাইলেণ্ডৰ বেংককৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰা ৩১ বছৰীয়া যুৱকজনে যাত্ৰাপথত মুঠ ৩২ খন চহৰ অতিক্ৰম কৰি আহে।

গঁড় সম্বন্ধে ম্যানমাৰৰ স্থানীয় লোক একেবাৰে অজ্ঞাত বুলি উল্লেখ কৰি গঁড়ৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবেই তেওঁ এই চাইকেল যাত্ৰা কৰা বুলি জনায়৷

আজি কাজিৰঙাত উপস্থিত হোৱা বনিকে সংবাদ মাধ্যমৰ আগত তেওঁৰ ভ্ৰমণ অভিজ্ঞতাও বৰ্ণনা কৰে৷ উল্লেখযোগ্য যে ম্যানমাৰত চাইকেল চলোৱাৰ অনুমতি নোপোৱাৰ বাবে ১২ দিন তেওঁ ম্যানমাৰৰ দ্বিতীয় বৃহৎ চহৰ মাণ্ডালয়ত আবদ্ধ হৈ ৰ’ব লগা হৈছিল৷

‘ছেইভ ৰাইন’’ বাৰ্তা লৈ চাইকেল চলাই কৰা ৰাকেশ বণিকৰ এই বিশেষ পৰিভ্ৰমণৰ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব৷

কাজিৰঙা জীপ ছাফাৰি সংস্থাই জীপচি গাড়ীৰ সমদলেৰে কাজিৰঙালৈ যুৱকজনক বিপুল আদৰণি জনায়৷

উল্লেখযোগ্য যে পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে ২০১২ চনৰ ১১ জুনত এক দুৰ্ঘটনাত সোঁ ভৰিখন হেৰুৱাবলগীয়া হৈছিল।

দুৰ্ঘটনাটোৰ পিছত নগাওঁ কলিয়াবৰৰ আমবাগানৰ এই যুৱকজনে অদমনীয় উদ্যমেৰে অনুশীলন কৰি দেশৰ ভিতৰতে এজন আগশাৰীৰ পেৰা-চাইক্লিষ্টৰূপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd