• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক সাংবাদিকতা বঁটা প্ৰদান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 8:35 pm
Guwahati- RDay Journalist Award
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত আয়োজন কৰা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল জগদীশ মুখী উপস্থিত থাকে।

উক্ত অনুষ্ঠাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাক ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ প্ৰদান কৰে।

Apply Now

উল্লেখযোগ্য যে ডেকা হৈছে ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি।

তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰি অহা ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ সাংবাদিকতাৰ ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়াই অহা লোক সকলক সন্মানিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰি অহা হৈছে।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে গণৰাজ্য দিৱস উপলক্ষে  শ্ৰদ্ধাঞ্জলি কাননৰ গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত উপস্থিত হয়।

শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ মুখ্য মন্ত্ৰী গৰাকীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত চহিদ হোৱা সকলক ফুল অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ হৈ প্ৰাৰ্থনা জনায়।

ডিব্ৰুগড়, অভিক চক্ৰবৰ্তী :

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে আজি ডিব্ৰুগড়তো ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে প্ৰভাত ফেৰি উলিওৱা হয়।

দেশপ্ৰেমমূলক গীত আৰু জাতীয় পতাকাৰ তিনি ৰঙেৰে সজোৱা এই গণৰাজ্য দিৱস উপলক্ষে উলিওৱা প্ৰভাত ফেৰিয়ে চহৰখনৰ বিভিন্ন স্থানত ভ্ৰমণ কৰে।

জিলা সূচনা, জনসম্পৰ্কৰক্ষী বিষয়া, জিলা পৰিবহণ বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ দুটা বিভাগ, নেহৰু যুৱ কেন্দ্ৰ আৰু ক্ষেত্ৰ প্ৰচাৰ সঞ্চালকালয়ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

নেহৰু যুৱ কেন্দ্ৰৰ বেদব্ৰত ভূঞা ক্ষেত্ৰ প্ৰচাৰ বিষয়া প্ৰণৱ কুমাৰ নাথৰ, তথ্য আৰু জিলা জনসংযোগ বিভাগ আৰু নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক সকলে প্ৰভাত ফেৰিটোত অংশ গ্ৰহণ কৰে।

জিলা উপায়ুক্ত লয়া মাদুৰীয়ে চৌকিডিঙীৰ খেলপথাৰত পতাকা উত্তোলন কৰে।

 

 

মঙলদৈ, ময়ুখ গোস্বামী :

ইফালে মঙলদৈৰ জিলা কাৰাগাৰত কয়দী সকলৰ সহযোগত আজি ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।

কাৰাগাৰখনৰ জেষ্ঠ্য কয়দী আৰু জাৱজ্জীৱন কাৰাদণ্ড প্ৰাপ্ত ৰাম নাথে কাৰাগাৰ অধীক্ষক অশোক কুমাৰ গোস্বামীৰ উপস্থিতিত পতাকা উত্তোলন কৰে।

এই গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীত কাৰাধক্ষ্য মুনিন্দ্ৰ চন্দ্ৰ শৰ্মা, কাৰাগাৰৰ অন্যান্য বিষয়াসকলৰ লগতে ১৮০ জন কয়দী উপস্থিত থাকে।

আনহাতে কয়দী সকলে আজিৰ অনুষ্ঠানটোত এক সংগীতানুষ্ঠানৰ আয়োজন কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd