• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত ২ জন গাৰো উগ্ৰপন্থীৰ সদস্যক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 6:40 pm
গাৰো উগ্ৰপন্থী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গণৰাজ্য দিৱসক কেন্দ্ৰ কৰি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ সময়তে গোৱালপাৰা জিলাৰ পৰা দুজনকৈ উগ্ৰপন্থীক আটক কৰাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য মতে কালি নিশা সেনা-আৰক্ষীয়ে যুটীয়া অভিযান চলাই গোৱালপাৰা জিলাৰ দুধনৈ-ডাবেলী অঞ্চলৰ পৰা জি এন এল এৰ দুজন সদস্যক আটক কৰে। ধৃত জি এন এল এৰ সদস্য দুজনৰ এজন মেঘালয়ৰ ৰেচুবেলপাৰাৰ সামন মাৰাক (২৫) আৰু আনজন লক্সষ্টাৰ মাৰা বুলি আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে। আৰক্ষীয়ে লগতে আটকাধীন এই দুই  গাৰো উগ্ৰপন্থী সদস্যকেইজন বহু দিনৰে পৰা জি এন এল এৰ লগতে আলফা (স্বাঃ) লগতো জড়িত বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে গাৰো উগ্ৰপন্থী সদস্যকেইজনৰ পৰা অভিযানকালত এটা ৭.৬৫ এম এম পিষ্টল, দুটা সজীৱ গুলী, দুটা মোবাইল, এটা মেগজিন আৰু এ এছ ১৮-৮৫৬৪ নম্বৰৰ এখন হিৰো হ’ণ্ডা মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ধৃত দুই উগ্ৰপন্থী সদস্যক দুধনৈ আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে ৷

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd