• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘোলা পানীৰ উৎসৰ সন্ধানত জলসম্পদ মন্ত্ৰীৰ চিয়াং যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 11:42 am
Water resource minister Keshab Mahanta collecting water sample from Bogibeel for testing in Dibrugarh on 12-12-17. Pix by UB Photos

Water resource minister Keshab Mahanta collecting water sample from Bogibeel for testing in Dibrugarh on 12-12-17. Pix by UB Photos

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙ্গলবাৰে দিনৰ প্ৰায় ১১:৩০ বজাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজধানী এক্সপ্ৰেছেৰে ডিব্ৰুগড়ত উপস্থিত হৈ এটা দলৰ সৈতে  ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চিয়াং অভিমুখে  যাত্ৰা কৰে। জানিব পৰা মতে তেওঁ বগীবিল ঘাটত বহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহ কৰি লুইতৰ বুকুৱেদি এখন বিশেষ নাৱেৰে উত্তৰ পাৰৰ চিমেন চাপৰি আৰু অৰুণাচলৰ পাচিঘাট হৈ চিয়াং অভিমুখে যাত্ৰা কৰে। আনহাতে  চিয়াংত মন্ত্ৰী কেশৱ মহন্তই পানীৰ নমুনা সংগ্ৰহ কৰি হেলিকপ্তাৰ যোগে গুৱাহাটীলৈ পুনৰ উভতি আহিব। ইতিমধ্যে দিল্লীত প্ৰধান মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত  ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱাৰ প্ৰসংগটো বিতংভাবে আলোচনা কৰা হৈছে বুলি এক তথ্যৰ পৰা জানিব পৰা গৈছে।

লক্ষণীয় যে সোমবাৰে গুৱাহাটীত নেদাৰলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পানী পৰীক্ষাৰ বাবে আগ্ৰহী বুলি তেখেতৰ বক্তব্যৰ জৰিয়তে অৱগত কৰিছিল। তদুপৰি অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে বহিঃৰাষ্ট্ৰৰ সহযোগ বিচাৰিব বুলি ডিব্ৰুগড়ত জলসম্পদ মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি পানী ঘোলা হোৱা বিষয়টোৰ এক চৰজমিন তদন্তৰ বাবে লুইতৰ বুকুৱেদি চিয়াংলৈ যাত্ৰা কৰিছে বুলি কেশব মহন্তই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে জলসম্পদ বিভাগে ৰাজ্যৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীৰ নমুনা সংগ্ৰহ কৰি থকাৰ লগতে নমুনা পৰীক্ষাৰ কামো পূৰ্ণগতিত চলি আছে আৰু ইয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ দ্বায়িত্ব গ্ৰহণ কৰিব। লগতে তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে এয়া চীনৰ ষড়যন্ত্ৰ নে অন্য কোনো প্ৰাকৃতিক কাৰণৰ ফলত হৈছে সেয়া অতি সোনকালেই উদ্ঘাটন কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd