• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰাং চিকাৰীৰ ওপৰত চকু ৰখাৰ বাবে আৰু ৩খন ড্ৰ’ন ব্যৱহাৰ কৰিব বন বিভাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 3:34 pm
Entrance-of-Kaziranga-National-Park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান মাথোঁ এখন ড্ৰোনেৰে চোৰাংচিকাৰীৰ গতি-বিধিৰ ওপৰত নজৰ ৰাখি আছে কাজিৰঙাৰ বন বিভাগে। কাজিৰঙাৰ নিচিনা এটা সুবৃহৎ আৰু দুৰ্গম এলেকাত এখন ড্ৰোন পৰ্যাপ্ত নহয়। সেয়েহে চোৰাং চিকাৰীৰ ওপৰত নিৰীক্ষণৰ বাবে আৰু ৩খন ড্ৰোনৰ বাবে নিবিদা আহ্বান কৰিছে বন বিভাগে।

দ্য টেলিগ্ৰাফ কাকতক বন বিভাগৰ সূত্ৰ এটাই দিয়া এটা সাক্ষাৎকাৰত  কোৱা হৈছে যে দিন-ৰাতিৰ সকলো সময়তে কাজিৰঙাত নিৰীক্ষণ কৰাৰ বাবে দিন-ৰাতি ফটো তুলিব পৰা ক্ষমতাসম্পন্ন ড্ৰোন বিচাৰি বিভাগটোৱে ইতিমধ্যে নিবিদা আহ্বান কৰিছে।

Apply Now

বিভাগটোৱে এনেধৰণৰ আৰু তিনিখন ড্ৰোন বিছাৰিছে যাতে অভয়াৰণ্যখনৰ চাৰিওটা ৰেঞ্জতে নিৰীক্ষণ কটকটীয়া কৰিব পৰা যায়।

এনে ধৰণৰ  ড্ৰোন এখনৰ খৰছ হৈছে প্ৰায় ১০ লাখ টকা আৰু বন বিভাগক অতি কমেও আৰু তিনিখন ড্ৰোনৰ প্ৰয়োজন।

এগৰাকী বন বিষয়াই প্ৰকাশ কৰা মতে এই ড্ৰোনকেইখনে উচ্চ গুণসম্পন্ন ফটো তুলিবলৈ সক্ষম হ’ব যি সমূহৰ দ্বাৰা আকাশমাৰ্গৰ পৰা জৰীপ কৰা আৰু অভয়াৰণ্যখনৰ ভিতৰত আৰু বাহিৰত জীৱ জন্তুৰ গতি বিধি পৰ্যৱেক্ষণ কৰিব পৰা যাব।লগতে ইয়াৰ সহায়ত অভয়াৰণ্যখন পাৰ হৈ চৰিবলৈ যোৱা গঁড়কো নিৰীক্ষণ কৰিব পৰা যাব।

এজন বিষয়াই জানিবলৈ দিয়া মতে ঘাইকৈ চোৰাং চিকাৰীৰ গতি বিধিৰ ওপৰত নজৰ ৰখাৰ বাবে এই ড্ৰোনসমূহ ব্যৱহাৰ কৰা হব।

উল্লেখ্য যে ২০১৬ আৰু ২০১৭ চনত হত্যা কৰা ৩২টা গঁড়ৰ ভিতৰত কাজিৰঙাতেই আছিল ২৫টা। ইয়াৰে ৪টা ওৰাং অভয়াৰণ্যত, দুটা মানস আভয়াৰণ্যত আৰু ১টা বিশ্বনাথ জিলাত হত্যা কৰা হৈছিল।

বন বিষয়াজনে আৰু জানিবলৈ দিছে যে দীৰ্ঘ দূৰত্বৰ আকাশী নিৰীক্ষণ ক্ষমতাসম্পন্ন আৰু দিন আৰু ৰাতি পটো তুলিব পৰা ক্ষমতাস্পন্ন এই ড্ৰোনসমূহ বাৰিষা কালত যেতিয়া অভয়াৰণ্যখনৰ অধিকভাগ ঠায়েই জলমগ্ন হৈ পৰে তসেই সময়ত জীৱ জন্তুৰ গতি বিধি নিৰীক্ষণ কৰাৰলবাবে অত্যন্ত সহায়ক হ’ব।

বিগত বৰ্ষৰ বানপানীত আৰক্ষী বিভাগৰ পৰা দুখন ড্ৰোন ভাড়া কৰি আনি জীৱ জন্তুৰ গতি বিধি নজৰত ৰাখিছিল। গম পোবা গৈছিল যে অধিক সংখ্যক জন্তু ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ পাৰ হৈ কাৰ্বি আংলঙৰ ওখ ঠাইলৈ গুছি গৈছিল।

চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে বৰ্তমান অভয়াৰণ্যখনত উচ্চ ক্ষমতাসম্পন্ন অপ্টিকেল আৰু তাপীয় (থাৰ্মেল) প্ৰতিচ্ছবি তুলিব পৰা সাতটা বৈদ্যুতিন নেত্ৰ ব্যৱস্থা স্থাপন কৰা হৈছে।

বচোৰাং চিকাৰীৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ বাবে বনৰক্ষীসকলকো ইনছাছ ৰাইফল, ছেল্ফ ল’ডিং ৰাইফল, ঘাতক ৰাইফল, ৯মি:মি: পিষ্টল, ১২ ব’ৰৰ পাম্প একশ্যন বন্দুক আদি দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd