• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিফু কাৰাগাৰত কয়দীয়ে ধৰ্ষণ কৰিলে ৱাৰ্ডাৰৰ পত্নীক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 1:30 pm
2544
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰৰ কয়দীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী ৱাৰ্ডাৰৰ পত্নীক কাৰাগাৰৰ আৱাসত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ডিফুত। কাৰাগাৰ চৌহদত আৰক্ষীৰ পৰিয়ালৰ লোকেই সুৰক্ষিত নোহোৱা এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাৰ্বি আংলং জিলাৰ ডিফু জিলা কাৰাগাৰৰ চৌহদত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে যাবজ্জীৱন কাৰাদণ্ডৰে কাৰাবাস খাটি থকা এজন কয়দীয়ে।

Apply Now

ডিফুৰ জিলা কাৰগাৰৰ চৌহদৰ আবাসত জেলৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসমূহৰ পৰিয়ালো থাকে ৷ যোৱা ২৪ এপ্ৰিলত এগৰাকী ৱাৰ্ডাৰৰ পত্নী আবাসত অকলে থকাৰ সময়ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীজনে ধৰ্ষণ কৰে৷

ডিফু সদৰ থানাত ৱাৰ্ডাৰ আৰু তেওঁৰ পত্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২৪ এপ্ৰিলত ডিফু কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কয়দীয়ে ঘৰত কোনো নথকাৰ সুযোগলৈ আবাসত প্ৰৱেশ কৰে ৷ আবাসত প্ৰৱেশ কৰি সুৰক্ষা কৰ্মীজনৰ পত্নীক চোকা অস্ত্ৰৰে দেহত লগাই ভাবুকি প্ৰদান কৰি স্নানাগাৰলৈ নি ধৰ্ষণ কৰে৷

তেওঁলোকে কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰি কোনো সঁহাৰি নোপোৱাত শনিবাৰে এজাহাৰ দাখিল কৰে। ৱাৰ্ডাৰৰ পত্নীৰ ডিঙিত কয়দীজনে লগাই দিয়া অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ধৰ্ষিতা মহিলাগৰাকীয়ে কয়েদীজনক দেখিলে চিনি পাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

এজাহাৰ লাভ কৰাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়া আৰু ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ডিফু কাৰাগাৰলৈ গৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ফিৰোজ ৰাজপুত নামৰ(৩৫) বছৰীয়া কয়দী জন অইন এখন জিলাৰ পৰা হত্যাৰ গোচৰত স্থানান্তৰ হৈ যাৱজ্জীৱন কয়দী হিচাপে ডিফু কাৰাগাৰত কাৰাবাস খাটি আছে।

উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ বাতৰিয়ে কাৰ্বি পাহাৰ উত্তাল কৰি ৰাখিছে। বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত  লাংবুংঘাট নিবাসী তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী জেনিছা ইংতিপিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ডিফু চহৰত বিগত কেইবাদিন ধৰি উত্তেজনা অব্যাহত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd