• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আত্মসহায়ক গোট আৰু সমবায় ছ’চাইটিৰ সদস্যৰ প্ৰশিক্ষণ সম্পন্ন

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
March 16, 2018 8:34 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় পৌৰসভাৰ প্ৰায় ১৯৭টা আত্মসহায়ক গোট আৰু সমবায় ছ’চাইটিৰ মুঠ ২০৪০গৰাকী সদস্যক আজি প্ৰশিক্ষণ সম্পন্ন কৰোৱা হয়।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰিত আছাম আৰবান লাইভলিহুড মিশ্যনে  মিশ্যন ফৰ ইলিমিনেটিং প’ভাৰ্টি ফ্ৰম আৰবান এৰিয়াজৰ সহযোগত ডিব্ৰুগৰ পৌৰসভাৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ মাজত এটা সক্ষমতা বিকাশ জাগৰণ আৰম্ভ কৰিছিল।

Apply Now

নেশ্যনেল আৰবান লাইভলিহুড মিশ্যনৰ (এন ইউ এল এম) মহানগৰ প্ৰকল্প ব্যৱস্থাপক ইন্দ্ৰজিৎ গামে কয় যে অন্ধ্ৰ প্ৰদেশৰ পৰা প্ৰশিক্ষকসকল আহি গোটৰ সদস্যসকলক প্ৰশিক্ষণ দিছে। এই প্ৰশিক্ষণে নগৰীয়া মহিলাসকলক তেওঁলোকৰ আত্মসহায়ক গোটসমূহ ভালদৰে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰতি গৰাকী সদস্যই  প্ৰশিক্ষকসকলৰ পৰা মনোযোগেৰে কথাবোৰ বুজি লৈছে বুলি তেওঁ জানিবলৈ দিছে। প্ৰশিক্ষকসকলে জানুৱাৰি মাহৰ পৰাই  শিক্ষাৰ্থীসকলক হিচাপ ৰক্ষাৰ কাম আৰু আন আন যাৱতীয় কামৰ আদিপাঠ দিয়ে আৰু কেনেদৰে এটা আত্মসহায়ক গোট মসৃণভাৱে পৰিচালনা কৰিব লাগে তাৰো বোধ দিয়ে।

এই প্ৰশিক্ষণ কাৰ্য্যসূচীয়ে মহিলাসকলৰ সবলীকৰণ আৰু মহিলাসকলৰ ধাৰণা পৰিৱৰ্তন সাধন কৰিব বুলি তেওঁ বিশ্বাস কৰে।

নেশ্যনেল আৰবান লাইভলিহুড মিশ্যনৰ লক্ষ্য হৈছে নগৰীয়া দৰিদ্ৰ লোকসকলৰ মাজত এক শক্তিশালী তৃণমূল পৰ্যায়ৰ অনুষ্ঠান গঢ়ি তুলি তেওঁলোকৰ মাজৰ দাৰিদ্ৰ্য নিৰ্মূল কৰা, স্ব-নিয়োজন আৰু দক্ষতাপূৰ্ণ নিয়োজনৰ সুযোগ প্ৰদান কৰা, যাতে বহনক্ষমভাৱে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়।

প্ৰকল্প ব্যৱস্থাপকগৰাকীৰ মতে মিশ্যনে এই প্ৰশিক্ষিত গোটসমূহৰ মাজৰ পৰা অহা আত্মসহায়ক গোটসমূহক ১০,০০০ টকাকৈ আৱৰ্তমান পুঁজি হিচাপে যোগান ধৰিব। এই ধনখিনি লাভ কৰাৰ প্ৰাথমিক যোগ্যতা হৈছে গোটটো কমেও ৩ মাহ পৰ্যন্ত সক্ৰিয় হৈ থাকিব লাগিব। এই গোটসমূহক ‘পঞ্চসূত্ৰ’ৰ আলমত যোগ্যতাসূচক শ্ৰেণী দিয়া হ’ব।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd