• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি পি এছৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা : আৰক্ষীয়ে অনুসন্ধানৰ বাবে নিজৰ হাতলৈ নিলে ম’বাইল, লেপটপ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 28, 2018 9:18 am
hanging_death
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ডিগবৈ দিল্লী পাব্লিক স্কুলৰ পদাৰ্থবিজ্ঞানৰ শিক্ষয়িত্ৰী মাধুৰিমা গগৈৰ আত্মহত্যাৰ ঘটনাৰ এতিয়াও একো মোৰ পোৱা নাই আৰক্ষীয়ে। এটা সূত্ৰই জনোৱা মতে আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ কোৱাৰ্টাৰত (108 B -II) প্ৰাথমিক অনুসন্ধান কৰাৰ পিছত ম’বাইল আৰু লেপটপ নিজৰ জিম্মাত লৈছে। ম’বাইল কল ডিটেইল আৰু লেপটপৰ তথ্যই শিক্ষয়িত্ৰীগৰাকীৰ শেহতীয়া সংযোগবোৰ আৰু মানসিক স্থিতি সম্পৰ্কে কিছু অনুমানৰ ভিত্তি দিব পাৰে বুলি আৰক্ষীয়ে এইবোৰ নিজৰ জিম্মাত লৈছে।
আনহাতে আজি পুৱাই আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে। মৰণোত্তৰ পৰীক্ষাৰ পাছত মৃতদেহ পৰিয়ালৰ লোকে গুৱাহাটীৰ জু তিনি আলিৰ ঘৰলৈ নি গুৱাহাটীতে মৃতদেহটো সৎকাৰ কৰাৰ কথা। শিক্ষয়িত্ৰীগৰাকীৰ স্বামী তথা বৰ্তমান শিৱসাগৰত কৰ্মৰত সহকাৰী কৰ আয়ুক্ত প্ৰদীপ গগৈ কালিয়ে ডিগবৈত আহি উপস্থিত হৈছেহি। আনহাতে দিল্লীত অধ্যয়নৰত তেওঁলোকৰ পুত্ৰ তাৰ পৰা আহি আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কালি ডিগবৈ দিল্লী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী মাধুৰিমা গগৈৰ (৪৮) আত্মহত্যাই তৈল নগৰীখনৰ লগতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তেওঁক তেওঁৰ কোৱাৰ্টাৰৰ শোৱনি কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। দক্ষ শিক্ষয়িত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই লৈ এতিয়াও সকলো পক্ষ মোৰ নোহোৱা অৱস্থাত আছে।
আনহাতে এটা সূত্ৰই দাবী কৰিছে যে ডিগবৈ দিল্লী পাব্লিক স্কুলৰ বৰ্তমানৰ অৱস্থা অতি বেয়া পৰিস্থিতিৰ মাজেৰে গতি কৰিছে। ইয়াক লৈ বহুতো শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰিছে। মেনেজমেণ্টে এক প্ৰকাৰৰ স্বৈৰাচাৰী মনোভাবেৰে কাম কৰি আহিছে বুলিও সূত্ৰটোৱে দাবী কৰিছে। কিছু মাহৰ পূৰ্বে ডিগবৈ দিল্লী পাব্লিক স্কুলৰ মেনেজমেণ্টে তদানীন্তন অধ্যক্ষক বিভিন্ন হাৰাশাস্তি কৰি (কোৱাৰ্টাৰৰ বিজুলী সংযোগ কটাকে ধৰি) স্কুলখন ত্যাগ কৰিবলৈ বাধ্য কৰিছিল বুলি তথ্য পোৱা গৈছে।
বিদ্যালয়খনৰ এনে পৰিস্থিতিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক হতাশাৰ সৃষ্টি কৰিলেও কেৱল সেই কাৰণতেই এগৰাকী দক্ষ শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰাটো বিশ্বাসযোগ্য নহয়। কিন্তু আন কোনো সহজ অনুমেয় কাৰণো দেখা পোৱা নাযায়। তেনেস্থলত শিক্ষয়িত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনাই সংশ্লিষ্ট সকলো পক্ষকে ৰহস্যত ৰাখিছে।
Apply Now
লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd