• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 2:28 pm
drugs
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি ড্ৰাগ্ছকে আদি কৰি বিভিন্ন অসামাজিক কাৰ্যৰ  বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নগাঁও আৰক্ষীয়ে।

নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে যোগদান কৰাৰ পিছৰে পৰা জিলাখনত ড্ৰাগ্ছ মাফিয়াৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Apply Now

নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে এইগৰাকী বিষয়াই যোগদান কৰাৰ  প্ৰায় দুমাহৰ ভিতৰতে আৰক্ষীয়ে বৰ্তমানলৈকে  ৬২৪১ বটল নিচাযুক্ত ঔষধ আৰু ২৫১১৩ টেবলেট জব্দ কৰিছে।

আনহাতে আৰক্ষীয়ে বৰ্তমানলৈকে আঠজন ড্ৰাগ্ছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা ড্ৰাগ্ছ মাফিয়াকেইজন হৈছে আবজৰ আলী, অঞ্জলি শইকীয়া, গোপাল দাস, বিজু দাস, আমিৰুদ্দিন, জিয়াউদ্দিন, জহৰ আলী আৰু ছফিকুল ইছলাম।

উল্লেখ্য যে ইয়াৰে  ছফিকুল ইছলামক যোৱা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শনিবাৰে নিশা এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ মৰঙিয়ালৰ ৰফিকুল ইছলামৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰে।

আৰক্ষীয়ে ৰফিকুলৰ ঘৰৰপৰা ১৯০০টা টেবলেট আৰু ৩০৭ বটল নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে ৰফিকুলে আৰক্ষীৰ চকুত ধূলি দি পলাই যায়।

ইতিমধ্যে তেওঁৰ বিৰুদ্ধে  নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি  অভিযান অব্যাহত ৰাখিছে।

আনহাতে শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত চহৰখনৰ মাজৰআটিৰ গোশালাৰ ওচৰত অভিযান চলাই ছফিকুল ইছলাম (৩৬) নামৰ এজন কুখ্যাত ড্ৰাগ্ছ মাফিয়াক কৰায়ত্ত কৰে।

আৰক্ষীয়ে তেওঁৰ মেটিজখনো জব্দ কৰি গাড়ীখনৰ ভিতৰৰ পৰা ৩৮৮৮টা টেবলেট আৰু ১৯২ বটল নিচাযুক্ত ঔষধ জব্দ কৰে।

ধৃত ড্ৰাগ্ছ মাফিয়াজনে নিচাযুক্ত ঔষধখিনি বিক্ৰীৰ বাবে গাড়ীখনেৰে কঢ়িয়াই আনোতেই এইদৰে আৰক্ষীৰ জালত পৰে। তেওঁৰ ঘৰ নগাঁও চহৰৰ সমীপৱৰ্তী মধুপুৰত বুলি জানিব পৰা গৈছে।

ড্ৰাগ্ছৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা স্থিতিক আদৰণি জনাইছে ৰাইজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd