• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থাওৰা সমষ্টিৰ আঞ্চলিকতাবাদী নেতা হৰিনাথ বাগতিৰ মৃত্যু

হিতুজ্জল চেতিয়া by হিতুজ্জল চেতিয়া
January 5, 2018 10:23 am
হৰিনাথ বাগতি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাওৰা সমষ্টিৰ প্ৰবীণ আঞ্চলিকতাবাদী নেতা তথা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সদস্য হৰিনাথ বাগতিৰ বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখ্য যে বিগতে বৰ্ষতে দুয়োটা বৃক্ক বিকল হোৱা হৰিনাথ বাগতি দীৰ্ঘদিন ধৰি গুৱাহাটী আৰু ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল।

প্ৰয়াত হৰিনাথ বাগতি ৰোগাক্ৰান্ত হৈ থকা অৱস্থাত যথেষ্ঠ ব্যয়বহুল উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যাৰ ফলত তেখেতৰ পৰিয়াল  আৰ্থিক অসুবিধাৰো সন্মুখীন হৈছিল। উল্লেখ্য যে কেইমাহমানৰ পূৰ্বে গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত বৰ্তমান চৰকাৰৰ অগপ দলৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই প্ৰবীণ অগপ নেতা জনক চিকিৎসালয়ত সাক্ষাত কৰি অৱস্থাৰ বুজ লৈছিল।

Apply Now

মনকৰিবলগীয়া যে  অসম আন্দোলনত সক্ৰিয় ভাবে জড়িত থকা হৰিনাথ বাগতিয়ে পৰবৰ্তী সময়ত অসম গণ পৰিষদ দলত একনিষ্ঠ সেৱা আগবঢ়াই আহিছিল। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰয়াত ভৃগু ফুকন,থাওৰাৰ প্ৰাক্তন বিধায়ক বাৰ্কীপ্ৰসাদ তেলেঙ্গা আদি অগপ নেতাৰ একালৰ সতীৰ্থ আছিল বাগতি। ডিমৌৰ পালেঙীৰ নিবাসী হৰিনাথ বাগতি পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পিচত থাওৰা সমষ্টিৰ প্ৰথমগৰাকী চীফ কাউন্সিলাৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

পূৰ্বে বহু ব্যয় কৰি উন্নত চিকিৎসাৰ গ্ৰহণ কৰাৰ পাছত ৰোগে জটিল ৰূপ ধাৰণ কৰাত শেহতীয়াকৈ বাগতিক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিয়মীয়াকৈ ডায়েলায়ছিচ কৰোৱাই থকা হৈছিল।  কালিও এই চিকিৎসাৰ উদ্দেশ্যে তেখেতক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও বিয়লি ৫.৩০বজাত  চিকিৎসাধীন অৱস্থাতে হৰিনাথ বাগতিৰ মৃত্যু হয়। জাতীয়তাবাদী নেতাজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতে পত্নীসহ দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।

হিতুজ্জল চেতিয়া

হিতুজ্জল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd