• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থানাই চাহ-বাগিচাত নিচাবিৰোধী সজাগতা সভা

by
January 3, 2018 8:59 pm
থানাই চাহ বাগিচা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত থানাই চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখা আৰু আটছাৰ উদ্যোগত এখন নিচাবিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে সভাখনত অংশ গ্ৰহণ কৰি চাহ-শ্ৰমিক সম্প্ৰদায়ৰ মহিলা সকলে চুলাই মদ বা আন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ওলাই অহা কাৰ্যক আদৰণি জনায়। ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে চুলাই মদৰ ব্যৱসায়ী সকলক উক্ত ব্যৱসায় পৰিহাৰ কৰিবলৈ আহ্বান জনাই কয় যে চুলাই মদৰ সলনি জীৱিকাৰ বাবে  বিকল্প পথৰ সন্ধান কৰা উচিত। তেওঁ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি উপস্থিত লোকসকলক উক্ত আঁচনি সমূহৰ সুবিধা গ্ৰহণৰ জৰিয়তে কুকুৰা পালন, গাহৰি পালন বা আন কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ  আহ্বান জনায়। আনহাতে প্ৰধানমন্ত্ৰীৰ দক্ষতা বিকাশ যোজনাৰ অধীনত বহু নিবনুৱা যুৱক-যুৱতীক বিভিন্ন দিশত যেনে চিলাই, নাৰ্ছিং, ড্ৰাইভিং আদিত প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি সভাখনত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ গানণিক বিষয়া জিতেন কৰ্মকাৰে আতঁ ধৰা নিচাবিৰোধী সজাগতা সভাখনত আটছা অবিভক্ত ডিব্ৰুগড় শাখাৰ সভাপতি লক্ষীৰাম ৰাজগড় , এ চি এম এছৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেওঁট, আটছাৰ লাহোৱাল শাখা সম্পাদক হেমন্ত কুজু , চাহ-জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক মণ্টু ৰবিদাসকে মুখ্য কৰি কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে। আনহাতে সজাগতা সভাখনৰ আৰম্ভণীতে মদ তথা জুৱা খেলৰ বিৰুদ্ধে জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়।

Apply Now

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd