• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীৰ্ঘ দিন বন্ধ হৈ থকা ৰূপসী বিমান বন্দৰ শীঘ্ৰে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 7:49 am
Representative Picture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ধুবুৰী জিলা সংলগ্ন বিটিএডিৰ ৰূপসী বিমান বন্দৰ নিৰীক্ষণৰ বাবে উপস্থিত হয় এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ এটি প্ৰতিনিধি দল। প্ৰতিনিধি দলটোত এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়া টি কে দত্ত, তাপস দত্ত আৰু ভি কে শৰ্মা উপস্থিত থাকে।

উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তথা ইংৰাজৰ শাসন কালতে নিৰ্মাণ কৰা ৰূপসী বিমান বন্দৰটো বহু বছৰ আগৰে পৰা বন্ধ হৈ পৰাৰ বিপৰীতে এতিয়া সমগ্ৰ অঞ্চল ঘন বন-জংঘলেৰে আৱৰি আছে।

Apply Now

বিমান বন্দৰটোৰ পুতৌ লগা ছৱি দেখি ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন দল-সংগঠনে বিমান বন্দৰটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বিভিন্ন সময়ৰ পৰা দাবী উত্থাপন কৰি আহিছে। বিভিন্ন দল-সংগঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে এক বিশেষ আঁচনিৰ অধীনত উত্তৰ-পূবৰ  পাঁচটা বিমান বন্দৰ পুনৰ কাৰ্যক্ষম কৰি তুলিব বুলি ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা মৰ্মে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা অসম চৰকাৰ আৰু বি টি চি প্ৰসানৰ লগত বিমান বন্দৰ নিৰীক্ষণ সম্পৰ্কে যোগাযোগ কৰে। আৰু বৃহস্পতিবাৰে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ এই প্ৰতিনিধি দলটো উপস্থিত হয়। ইফালে দলটো উপস্থিত হৈ বি টি চি প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাতে বি টি চি প্ৰশাসনে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ প্ৰতিনিধি দলটোৰ হাতত ৰূপসী বিমান বন্দৰ বাবে মুঠ ১ হাজাৰ ৭১ বিঘা মাটি হস্তান্তৰ কৰে। ভূমি হস্তান্তৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বি টি চি প্ৰশাসনীয় বিষয়াৰ সৈতে প্ৰতিনিধি দলটো উপস্থিত হয় বিমান বন্দৰত।

বিমান বন্দৰত উপস্থিত হৈ বন্দৰটোৰ বিভিন্ন জোখ মাপ কৰে আৰু বন্দৰটোৰ কিছু মাটি পৰীক্ষণৰ বাবে লৈ যায় প্ৰতিনিধি দলটোৱে।

উল্লেখ্য যে বিগত বহুকেইবাৰ বিভিন্ন পৰ্যায়ৰ প্ৰতিনিধি দল উক্ত বিমান বন্দৰত উপস্থিত হৈ তদন্ত কৰি গৈছে যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

আনহাতে বৃহস্পতিবাৰে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াই বিমান বন্দৰটো নিৰীক্ষণ কৰি যোৱাৰ পিছত শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ বাবে বিহিত ব্যৱস্থা ল’ব বুলি বি টি চি প্ৰশাসন তথা দল-সংগঠনে আশা প্ৰকাশ কৰিছে।

লক্ষ্যণীয় যে ৰূপসী বিমান বন্দৰটো কাৰ্যক্ষম হ’লে নামনি অসমৰ ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱকে ধৰি পশ্চিম অসমৰ বৃহত্তৰ অঞ্চলৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিমবংগ আৰু প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশৰ মাজত যোগাযোগ তথা বাণিজ্যিক ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি বি টি চি প্ৰশাসনে উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd