• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দেশৰ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত ছিকিমৰ গ্ৰামাঞ্চলৰ ৫০ শিক্ষাৰ্থী  

এন ই নাও by এন ই নাও
March 1, 2018 9:47 am
CMMSS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিকিমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থীয়ে দেশৰ কেইবাখনো আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে।

মুখ্যমন্ত্ৰী মেধা বৃত্তি আঁচনিৰ অধীনত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্যখনৰ লগতে দেশৰ বহু উচ্চ মান সম্পন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।

Apply Now

উল্লেখ্য যে বুধবাৰে গেংটকৰ মডাৰ্ন ছেকেণ্ডাৰী স্কুলত এই উপলক্ষে অনুষ্ঠিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক এই সন্দৰ্ভত সকলো দিহা পৰামৰ্শ আগবঢ়োৱা হয়। ৰাজ্যিক মানৱ সম্পদ উন্নয়ন বিভাগৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানটোত ৫০গৰাকী শিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱক সকল উপস্থিত থাকে।

বিশেষভাৱে উল্লেখনীয় বিষয় এইটোৱে যে বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত মেধা পৰীক্ষাত নিৰ্বাচিত ৫০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কৰ্মা চিলটিম ভূটিয়া, আইচা প্ৰধান আৰু নেনচাং লেপচাই যথাক্ৰমে শীৰ্ষ তিনিটা স্থান দখল কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানটোত সাংবাদিকৰে মত বিনিময় কৰি ১১ বছৰীয়া কৰ্মা চিলটিম ভূটিয়াই তেওঁ লাভ কৰা সুযোগৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিঙক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে এই ছাত্ৰ গৰাকীয়ে মধ্য প্ৰদেশৰ গোৱালিয়ৰস্থিত সিন্ধিয়া বইজ স্কুলত অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে।

গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকলক এইদৰে মেধা বৃত্তিৰ জৰিয়তে উচ্চ মান সম্পন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰ সুযোগ দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা উদ্যোগক আদৰণি জনাইছে ৰাইজে।

এন ই নাও

এন ই নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd