• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্য টেলিগ্ৰাফৰ দ্বাৰা ‘অসম শ্ৰেষ্ঠ বঁটা’ প্ৰদান অনুষ্ঠান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2018 10:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহানগৰীৰ টাজ ভিভান্তা হোটেলত দ্য টেলিগ্ৰাফ বাতৰি কাকতৰ উদ্যোগত ‘অসম শ্ৰেষ্ঠ বঁটা প্ৰদান’ শীৰ্ষক এক সম্বৰ্ধনা  অনুষ্ঠানৰ আয়োজন কৰা হয়।

ভাৰতীয় তেল নিগম, অসমৰ কাৰ্যবাহী বিষয়া দীপাংকৰ ৰয়ে উদ্বোধনী ভাষণ প্ৰদান কৰাৰ পিছতে আৰম্ভ হোৱা সম্বৰ্ধনা অনুষ্ঠানটোত অসমৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সুদীৰ্ঘ জীৱন সংগীত, নৃত্য, অভিনয় তথা অন্যান্য কলাৰ সৈতে নিজকে জড়িত ৰাখি অসমীয়া সংস্কৃতিলৈ অৰিহনা যোগোৱা শিল্পী সকলক দ্যা টেলিগ্ৰাফ বাতৰি কাকতে অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰে।

Apply Now

চলচ্চিত্ৰ জগতৰ লগত ওতপ্ৰোতভাৱে জড়িত অভিনেতা নিপন গোস্বামীক প্ৰথমে ‘অসম শ্ৰেষ্ঠ বঁটা’ প্ৰদান কৰে। পিয়লি ফুকন চলচ্চিত্ৰত সৰু ল’ৰাৰ চৰিত্ৰ এটাৰে অভিনয় জীৱন আৰম্ভ কৰা নিপন গোস্বামী উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা যায়। লগতে তেওঁ টেলিগ্ৰাফ বাতৰি কাকতক কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ পিছতে ১৯৬০ চনৰে পৰা ভ্ৰাম্যমান নাট্যজগতৰ লগত ওতপ্ৰোতভাৱে জড়িত কৃষ্ণ ৰয়ক এই বঁটা প্ৰদান কৰা হয়। জানিব পৰা মতে ৩৭ বছৰত ১৪০ খন নাটক পৰিচালনা কৰা কৃষ্ণ ৰয়ে বৰ্তমান ভ্ৰাম্যমান জগতৰ প্ৰযোজক তথা পৰিচালক হিচাপে কৰ্মৰত। সাহিত্যৰ ক্ষেত্ৰত ওৰেতো জীৱন নিজকে জড়িত কৰি ৰখা বিশিষ্টা সাহিত্যিক লক্ষ্যহীৰা দাসকো টেলিগ্ৰাফ বাতৰি কাকত তৰফৰ পৰা অসম শ্ৰেষ্ঠ বঁটাৰে বিভূষিত কৰা হয়। লক্ষ্যহীৰা দাসৰ পিছত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ড০ কিশোৰী মোহন পাঠক এই বঁটা প্ৰদান কৰা হয়। বিশিষ্টা শিক্ষাবিদ পাঠক প্ৰথমজন উপাচাৰ্যা আছিল তেজপুৰ বিশ্ব বিদ্যালয়ৰ।

ইয়াৰ পিছত বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীক এই বঁটা প্ৰদান কৰা হয়। সংগীত জগতত তেওঁৰ যি অহোপুৰুষাৰ্থ তাৰ বাবেই এই বঁটা প্ৰদান কৰা হয়।

ইয়াৰ পিছত সংগীত নাটক একাডেমী বঁটা প্ৰাপক যতীন গোস্বামীক সত্ৰীয়া সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ বাবে অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। জানিব পৰা মতে তেওঁ বৰ্তমানলৈকে ১২০ খনৰো অধিক নৃত্যনাটিকা ৰচনা কৰিছে। তেওঁ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটাও পাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত বিখ্যাত চিত্ৰকৰ পুলক গগৈক এই বঁটা প্ৰদান কৰা হয়।

মহানগৰীৰ মাতৃ মন্দিৰ আমৰ এটা শিশু সেৱাশ্ৰমৰ স্বত্তাধিকাৰী বি পি শৰতক এই অসম শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়। জৃগল ট্ৰেভেলছ অব ইণ্ডিয়াৰ সৈতে জড়িত আশিস ফুকন আৰু জাহ্নৱী ফুকনক পৰ্যটন ক্ষেত্ৰলৈ যুগুটোৱা অৰিহণাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। পৰম্পৰাগত সাজপাৰ ডিজাইন কৰা শুৱালকুচিৰ ডিজাইনাৰ পায়েল চৰ্দাৰক এই বঁটা প্ৰদান কৰা হয়। এই বঁটা বিতৰণী সবাত কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd