• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰমহাৰ অভাৱত ঘৰুৱা সা-সমগ্ৰীৰ নিলামৰ বাবে ওলাই আহিল নৰ্মাল কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 5:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁলোক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ নৰ্মাল কৰ্মচাৰী। কিন্তু পৰিস্থিতিয়ে আজি তেওঁলোকক বাধ্য কৰিছে নিজৰ ঘৰুৱা সা-সমগ্ৰীবোৰৰ নিলাম কৰিবলৈ। তেওঁলোকে নিজৰ ঘৰৰ আচবাবৰ পৰা সন্তানৰ খেলনা সামগ্ৰীবোৰো আনক কিনিবলৈ আহ্বান জনাইছে। কাৰণ বিগত দহ-বাৰমাহে দৰমহা নাইপাই তেওঁলোকৰ অৱস্থা আজি পানীত হাঁহ নচৰাৰ দৰে। তেওঁলোকে পৰিয়াল চলাবলৈ অসমৰ্থ হৈছে। সন্তানৰ পঢ়া-শুনাৰ খৰচ দিব পৰা নাই বহুতে। এজন অভিভাৱকে ফীজ দিব নোৱৰা বাবে সন্তানৰ পৰীক্ষাৰ ফল ল’ব পৰা নাই। তেওঁলোকৰ এই পৰিস্থিত সম্পৰ্কত বিজেপি শাসিত পৰিষদৰ লগতে ৰাজ্য সৰকাৰক অৱগত কৰা হৈছে যদিও একো সদুত্তৰ পোৱা নাই। ইতিপূৰ্বে কেইবাবাৰো দৰমহাৰ দাবীত ধৰ্ণা আদিৰ কাৰ্য্যসূচী লৈছে যদিও ফল ধৰা নাই। যোৱা ছেপ্তেম্বৰ মাহত ধৰ্ণা কাৰ্য্যসূচী লওঁতে আৰক্ষীয়ে লাঠী চালনা কৰে। ফলত এই পন্থা লৈছে কৰ্মচাৰীসকলে। হাফলং কালচাৰাল হল চৌহদত এই নিলাম কাৰ্যসূচী অনুষ্ঠিত কৰে তেওঁলোকে। নিলাম কৰিবৰ বাবে ঘৰত যি যি সামগ্ৰী আছে সকলো লৈ আহিছে। চকী-টেবুল, কাঁহী-বাটি, কাপোৰ-কানি, চাইকেল, মটৰচাইকেল ইত্যাদি। স্বাভাৱিকতে কৰ্মচাৰীসকলৰ এই কাৰ্য্যই বহুতকে ভবাই তুলিছে। আনহাতে এনেকুৱা পৰিস্থিতি অব্যাহত থাকিলে পৰিষদৰ নৰ্মাল কৰ্মচাৰী সকলৰ ভবিষ্যৎ কি হ’ব -এই প্ৰশ্ন উত্থাপিত হৈছে।

আজি নিলাম চৌহদত কৰ্মচাৰী সংস্থাৰ উপ সভাপতি বি থাউচেনে কয়, ‘আমাৰ কাৰণে আৰু বেলেগ ৰাস্তা নথকাৰ কাৰণে বাধ্য হৈ ঘৰৰ আচবাব-পত্ৰ নিলাম কৰাৰ কাৰণে ওলাই আহিব লগা হ’ল। তথাপি পৰিষদ কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ যে বাকী থকা দৰমহা প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা লওক।

Apply Now

জানিব পৰা মতে পাৰ্বত্য পৰিষদৰ দৰমহা প্ৰদানৰ কাৰণে পৰ্যাপ্ত তহবিল নথকাৰ কাৰণে এনে সমস্যাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd