• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ ধিঙৰ টুকটুকীত ভূমিকেন্দ্ৰিক সংঘাত- গুলীচালনা : দুই ফৈদৰ ৮ জন গুৰুতৰভাৱে আহত

মিন্টূ দাস by মিন্টূ দাস
May 27, 2018 1:22 pm
Dhing final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ ধিঙৰ টুকটুকীৰ ৰৌমাৰীত ভূমিকেন্দ্ৰিক সংঘাতত দুই ফৈদৰ মুঠ আঠগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আনহাতে সংকটজনক অৱস্থাত  চাৰিজনক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

শনিবাৰে পুৱাই ৰৌমাৰীত জমিৰ হুছেইনৰ পৰিয়ালে পথাৰত ধান কাটি থকা অৱস্থাতে হবিবুৰ ৰহমানৰ পৰিয়ালে বাধা দিয়ে। লগে লগে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

Apply Now

হবিবুৰ ৰহমানৰ ফৈদে বন্দুক, লাখুটি  আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জমিৰ হুছেইনৰ পৰিয়ালক। হবিবুৰ ৰহমানে বন্দুকেৰে জমিৰ হুছেইনক গুলীয়াই আহত কৰে। তদুপৰি লাখুটি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মহিলা সহ তিনিজনক আহত কৰে ।

আনহাতে, জমিৰ হুছেইনৰ ফৈদেও ধান কটা কাঁচিৰে প্ৰতি আক্ৰমণ কৰি হবিবুৰ ৰহমানৰ ফৈদৰ পাঁচজনক গুৰুতৰভাৱে  আহত কৰাৰ লগতে হবিবুৰৰ বন্দুকটোও কাঢ়ি আনে।

ইতিমধ্যে আহত আজনকে ধিং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও দুয়ো ফৈদৰ পাঁ‌চজনৰ অৱস্থা সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰে। জমিৰ হুছেইন, নুৰ হুছেইন, চাজিদা খাতুন, ৰফিকুল ইছলাম আৰু হবিবুৰ ৰহমানক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যৈ ধিং আৰক্ষীয়ে দুই ফৈদৰ আহত চাৰিজনক ধিং চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাস্থলীত ব্যৱহৃত বন্দুকটোও উদ্ধাৰ কৰে।

উল্লেখ্য যে,  ধিঙৰ টুকটুকী অঞ্চলত বিগত বৰ্ষত মৰিগাওঁ আৰক্ষীয়ে এটা বন্দুক নিৰ্মাণৰ কাৰখানাত অভিযান চলাই বহু পৰিমানৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে কেবাজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতো  অঞ্চলটোত বহু অপৰাধীয়ে অৱৈধ মাৰণাস্ত্ৰ দেখুৱাই সংঘটিত কৰি আহিছে চুৰি ডকাইতি আৰু হত্যাৰ দৰে অপৰাধমূলক ঘটনা। এইক্ষেত্ৰত ধিং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক সময়ত ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাতো প্ৰায় নিশ্চিত।

আনহাতে, মৈৰাবাৰীৰ পৰা  ডিমাপুৰলৈ দৈনিক  চাৰিখনকৈ চুপাৰ  নিতৌ অহা যোৱা কৰে। এই গাড়ীবিলাকতে অৱৈধ মাৰণাস্ত্ৰ নিতৌ সৰবৰাহ হৈ আহিছে বুলি জনসাধাৰণৰ মাজত চৰ্চিত হৈছে।

মিন্টূ দাস

মিন্টূ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd