• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ১৫ টা দুষ্প্ৰাপ্য শগুনৰ মৃতদেহ উদ্ধাৰ : অসুস্থ অৱস্থাত উদ্ধাৰ ১০০ টা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 5:40 pm
শগুনৰ
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত দেওবাৰে বহু সংখ্যক দুষ্প্ৰাপ্য শগুনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ বন্যপ্ৰেমী লোক সকলক চিন্তিত কৰি তুলিছে।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ এক সংৰক্ষিত এলেকাত প্ৰায় ১৫ টা শগুনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। লগতে প্ৰায় ১০০ টা শগুন অসুস্থা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

Apply Now

লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিভাগীয় বিষয়াই কোনো দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যখনৰ শগুনসমূহ নিধন কৰাৰ উদ্দেশ্যে জীৱ-জন্তুৰ মৰাশৰ লগত বিষাক্ত দ্ৰব্য মিহলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।

অভয়াৰণ্যখনত শগুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অভয়াৰণ্যখনৰ এক ব্যাপক ক্ষতি সাধন কৰিলে একাংশই মত প্ৰকাশ কৰিছে।

আনহাতে শগুনৰ মৃতদেহ উদ্ধাৰৰ পিছতে অভয়াৰণ্যখনৰ বিভাগীয় বিষয়া সকল অভয়াৰণ্যখনত থকা বাঘক লৈ চিন্তিত হৈ পৰিছে। যিহেতু কোনো দুষ্কৃতিকাৰীয়ে যদি জীৱ-জন্তুৰ মৰাশত বিষাক্ত দ্ৰব্য দিছে আৰু সেয়া যদি অভয়াৰণ্যখনৰ বাঘে খায় তেন্তে শগুনৰ দৰে বাঘৰো মৃত্যু হ’ব পাৰে বুলি বিভাগীয় বিষয়াই শংকা প্ৰকাশ কৰিছে।

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পশু চিকিৎসকৰ দল অসুস্থ অৱস্থাত উদ্ধাৰ কৰা শগুন সকলৰ চোৱাচিতাৰ বাবে অভয়াৰণ্যখনত উপস্থিত হৈছে লগতে বন বিভাগে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাইছে।

উল্লেখযোগ্য যে আজি কিছু দিনৰ পূৰ্বে শিৱসাগৰ জিলাৰ মগৰাহাটটো সংঘটিত এক মৰ্মান্তিক ঘটনাত ৩৬টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হৈছিল। উক্ত শগুন কেইটাকো কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য খুৱাই নিধন কৰিছিল।

ফলত বনপ্ৰেমী লোক সকলে এই ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে লগতে তেওঁলোকে কয় যে এনেদৰে দুষ্প্ৰাপ্য শগুন দুষ্কৃতিকাৰীৰ হাতত নিধন হৈ থাকিলে এসময়ত ৰাজ্যখনৰ পৰা নাইকীয়া হৈ যাব এই দুষ্প্ৰাপ্য শগুন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd