• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত হ’লে তীব্ৰ বিৰোধিতা কৰিম: প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 7:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰাৰ লক্ষ্যৰে  নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত কৰাৰ যি চেষ্টা চলায় আছে তাৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন যাতে সংসদত গৃহীত নহয় তাৰ বাবে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি শুকুৰবাৰে নগাঁৱত আয়োজিত এক সংবাদমেলত দৃঢ়তাৰে কয়। নাগৰিকত্ব আইন সংশোধন হ’লে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি নিঃশেষ হৈ যাব বুলিও সংবাদমেলত মন্তব্য কৰে।

উক্ত সংবাদমেলতে সমিতিৰ সাধাৰণ সম্পাদক বিজয় হাজৰিকাই কয় ‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন সংশোধনী কাৰ্য গ্ৰহণযোগ্য নহয়। ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অহা কোনো বাংলাদেশীকে নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে। একমাত্ৰ ভোটবেংকৰ স্বাৰ্থত বিজেপিয়ে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰিছে। যদিহে বিধেয়কখন গৃহীত হয় তেন্তে ৮৫৫জন চহিদৰ তেজেৰে সম্পাদন হোৱা অসম চুক্তিক অৱমাননা কৰা হ’ব। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাম’। সংবাদমেলখনত উপস্থিত থকা সমিতিৰ আন বিষয়ববীয়া সকলেও এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি হোৱাটো বিচাৰে বুলি মত ব্যক্ত কৰে। কিন্তু এই বিষয়টো বিপথে পৰিচালিত কৰিবৰ বাবে এটা দুষ্টচক্ৰই অহৰহ অপপ্ৰচাৰ চলায় থকা বুলিও কয় । এনে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ থাকিবলৈ সমিতিয়ে আহ্বান জনায়।

Apply Now

৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এন আৰ চি আংশিক খচৰাত নাম অন্তৰ্ভক্তিৰ বাবে কোনো খিলঞ্জীয়া লোকে চিন্তা কৰিব নালাগে বুলিও সমিতিয়ে মন্তব্য কৰে। আৰু সকলো ৰাইজকে শান্তি শংখলা বজাই ৰাখিবলৈ আহ্বান জনায়।

সংবাদমেলখনত হাজৰিকাৰ উপৰি প্ৰাক্তন আলফা নেতা অকণ বৰা, নঁগাৱ জিলা সমিতিৰ সাধাৰণ সম্পাদক মণি কুমাৰ নাথকে ধৰি কেইবাজনো প্ৰাক্তন আলফা নেতা উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd