• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চুক্তিৰ অৱমাননা তথা নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব : অগপ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 6:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ অৱমাননা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা কাৰ্য্যক মানি নলয় বিজেপিৰ মিত্ৰ দল অগপই।আজি মহানগৰীৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত অগপ দলৰ এখন  বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এইদৰে দৃঢ়তাৰে কয় দলটোৰ সভাপতি অতুল বৰাই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপ পূৰ্বৰ স্থিতিত অটল আছে বুলি সভাপতিজনে মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী  বিধেয়কৰ বিৰোধিতা কৰি অহা অগপই কোনো কাৰণতে হিন্দু বাংলাদেশীৰ সংস্থাপন মানি নলয়। অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধান হ’ব লাগে আৰু নাগৰিকত্ব আইনৰ সংশোধনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক সম্পূৰ্ণ অৰ্থহীন কৰিব বুলিও সভাপতিজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। আনহাতে এই সন্দৰ্ভত অগপই নিজৰ স্থিতি জনাই আজি সভাৰ মজিয়াৰ পৰাই ফেক্সযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ নাগৰিকত্ব আইনখনৰ সংশোধনী বন্ধ কৰিবলৈ আহ্বান জনাইছে বুলি ne now ক জানিবলৈ দিয়ে। লগতে দলটোৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো হিন্দু-বাংলাদেশীৰ প্ৰসংগটো আৰু নাগৰিকত্ব আইন সংশোধনীৰ বিষয়ে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি অহা ২১ তাৰিখে গুৱাহাটীত আৰু ২২ ডিচেম্বৰ তাৰিখে অগপই প্ৰত্যেক জিলাতে বিষয়টোত সজাগতা সৃষ্টিৰ লক্ষৰে নাগৰিক সভা  অনুষ্ঠিত কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰে। অতুল বৰাই সভাপতিত্ব কৰা বৈঠকখনত অন্যান্য বহুকেইটা বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।

উল্লেখযোগ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই যোৱা ১১ ডিচেম্বৰত ne now ৰ আগত প্ৰকাশ কৰিছিল যে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যিসকল হিন্দু বাংলাদেশী বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিচাপে অত্যাচাৰৰ বলি হৈ ভাৰতলৈ আহিছিল, সেইসকল লোকক নাগৰিকপঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্তি কৰাৰ বাবে বৰাক উপত্যকা বিজেপি সমন্বয় কমিটীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Apply Now

আনহাত সততে বিতৰ্কিত মন্তব্য কৰি ভালপোৱা তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই পুনৰ এক বিতৰ্কিত মন্তব্য। এইবাৰ হিন্দু বাংলাদেশীৰ সন্দৰ্ভত সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজপুৰৰ সাংসদজনে কয় হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়া হ’বই, অন্যথা তেওঁলোক ক’লৈ যাব বুলি এক উদ্ভট মন্তব্য কৰে। আনহাতে অসমীয়া সংস্কৃতিৰ বাবে হিন্দু বাংলাদেশীসকল কোনো ক্ষতিকাৰক নহয় আৰু ১০ লাখ হিন্দু বঙালীয়ে ৩ কোটি অসমীয়াৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি এক বিতৰ্কিত মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে। আনহাতে হিন্দু বাংলাদেশী বিষয়টোৰ ওপৰত এক অপবাখ্যা আগবঢ়াই  সাংসদ গৰাকীয়ে কয় যে আছুকে ধৰি অন্যান্য দল-সংগঠন সমূহে পিছলৈ এই কথা মানি ল’ব। ইয়াৰ উপৰি শৰ্মাই প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ পদৰ পৰা আঁতৰাই অমিতাভ বচ্চনক এই পদত অধিষ্ঠিত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd