• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

নিৰ্মাণ কোম্পানী হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিলে আইজল এফ চিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 10:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা অতি বিৰল দৃষ্টান্ত সৃষ্টি কৰি দেশজুৰি সুনাম অৰ্জা মিজোৰামৰ ফুটবল দল আইজল এফ চিয়ে ইয়াৰ অৰ্থ সংকটৰ জোৰা মাৰিবলৈ নিৰ্মাণ কোম্পানী (construction company) হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিছে। আনকি দলটো এটা নিবিদাত মিজোৰাম চৰকাৰৰ পৰা এটা পথ নিৰ্মাণৰ কাম পাবলৈও সক্ষম হৈছে।

ভাৰতত ফুটবল ক্লাববোৰৰ আৰ্থিক সংকট কোনো নতুন কথা নহয় যদিও ৰাষ্ট্ৰীয় চেম্পিয়ন ক্লাবটোৰ এই নতুন স্থিতিয়ে স্বাভাৱিকতে ক্ৰীড়াপ্ৰেমী তথা সচেতন মহলৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে।

Apply Now

উল্লেখযোগ্য যে আইজল এফ চি মৰ্য্যাদাপূৰ্ণ আই লীগৰ বৰ্তমানৰ চেম্পিয়ন ক্লাব আৰু উত্তৰ-পূবৰ পৰা ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা এইটোৱে একমাত্ৰ ক্লাব।

ক্লাবৰ সূত্ৰই অনাগত সময়ত সন্মুখীন হ’ব পৰা সম্ভাব্য অৰ্থ-সংকটৰ সৈতে ফেৰ মাৰিবলৈকে এই সিদ্ধান্তটো লোৱা হ’ল।

‘যদি আপোনালোকে মন কৰে দেখিব যে আমি আমাৰ প্ৰতিভাৱান ষ্ট্ৰাইকাৰ এইচ্ছ লালমুৱানকিমাক ছিজনৰ মাজভাগতে এফ চি গোৱালৈ ট্ৰেন্সফাৰ কৰিব লগীয়া হ’ল। ই খেলুৱৈজনৰ দায়বদ্ধতাৰ বিষয়ে নেতিবাচক ইংগিত দিয়া নাই। বৰং তেওঁৰ উচ্চ হাৰৰ দৰমহা দিয়াত ক্লাবটোৰ অক্ষমতাকহে প্ৰকাশ কৰে।’ ক্লাবটোৰ সাধাৰণ সম্পাদক ভানলালংঘাকা চোৱাংচেকে কয়।

তেওঁ কয় যে ক্লাবটোৰ আৰ্থিক দিশ বেয়া অৱস্থাত আছে। ‘আমি পোৱা স্পনছ’ৰশ্বিপ যথেষ্ট নহয়। আমি ইয়াক পীপলছ ক্লাব বুলি কওঁ। গতিকে ইয়াক বন্ধ কৰি দিয়াটোৱেই সমাধান নহয়। আমি জীয়াই থকাৰ এটা ৰাস্তা বিচাৰি ল’ব লাগিব।’ নিজৰ সিদ্ধান্তৰ সমৰ্থনত আইজল এফ চিৰ এজন বিষয়াই কয়।

‘ক্লাবটোৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই আমাৰ সভাপতি মিষ্টাৰ ৰবাৰ্ট ৰয়াতে ইয়াক আৰ্থিকভাৱে সবল কৰাৰ পথ বিচাৰি আছিল। নিৰ্মাণৰ কাম হাতত লোৱাটো এটা ভাল বিকল্প আৰু লগতে মিষ্টাৰ ৰয়াতৰ কোম্পানী নৰ্থ-ইষ্ট কনচাল্টেন্সি ছাৰ্ভিচেজৰ পৰাও সমৰ্থন পোৱা যাব।’ ভানলালংঘাকা চোৱাংচেকে কয়।

আনহাতে জনপ্ৰিয় হোৱা সত্ত্বেও বেছি স্প’নছৰশ্বিপ নোপোৱাৰ কথা সোধাত কয় যে বহুতেই স্প’নছৰশ্বিপৰ অফাৰ আহে যদিও তাৰ বেছিভাগেই সুৰাৰ। ফলত অসুবিধা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd