• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আজি সৰুসজাইত নৰ্থ-ইষ্ট ইউনাইটেডৰ সন্মুখত দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2018 10:28 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নৰ্থ-ইষ্ট ইউনাইটেডে হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ফ্লাড লাইটৰ তলত অনুষ্ঠিত হ’ব এই হাইভল্টেজ খেলখন। নিজৰ ঘৰত নৰ্থ-ইষ্ট ইউনাইটেডৰ এয়া ক্ৰমাগত দ্বিতীয় মেচ। ইয়াৰ আগৰ খেলখনত নৰ্থ-ইষ্টে এইবাৰৰ আটাইতকৈ শক্তিশালী দল গোৱা এফ চিক ২-১ৰ ব্যৱধানত হৰুৱাবলৈ সক্ষম হৈছিল। আৰু সেয়েহে আজিৰ খেলখনত ঘৰুৱা দলৰ খেলুৱৈসকল যথেষ্ট আত্মবিশ্বাসেৰে অৱতীৰ্ণ হ’ব বুলি শুত্ৰৰ পৰা গম পোৱা গৈছে।

উল্লেখযোগ্য যে গোৱাৰ বিৰুদ্ধে খেলাৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। দলটোৱে একেৰাহে চাৰিখন খেলত লজ্জাজনক পৰাজয়বৰণ কৰাত প্ৰশিক্ষক জোৱাও ডে দিউছক মেনেজমেণ্টে অপসাৰণ কৰিবলৈ বাধ্য হৈছিল। আৰু ইয়াৰ  পিছতে দলটোক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল চেলছিৰ প্ৰাক্তন মেনেজাৰ তথা ঘানা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক অভৰাম গ্ৰাণ্ট। গ্ৰাণ্টে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰথম খেলত শক্তিশালী গোৱাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আৰু এতিয়া দলৰ লক্ষ্য এই প্ৰদৰ্শণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা।

Apply Now

স্মৰ্তব্য যে নৰ্থ-ইষ্টে আজি প্ৰথম লেগৰ অন্তিমখন তথা ৯নম্বৰ খেলত অৱতীৰ্ণ হ’ব। ইয়াৰ পূৰ্বে খেলা আঠখন খেলৰ দুখনত জয়, এখনত পৰাজয় আৰু এখন দ্ৰ খেলি সাত পইণ্টেৰে তালিকাৰ নৱম স্থানত আছে। আনহাতে এ টি কে দলৰো এইবাৰৰ প্ৰদৰ্শন খুৱ সন্তোষজনক নহয়। দলটোৱে আঠখন খেলৰ দুখনত বিজয় তিনিখনত দ্ৰ আৰু সমসংখ্যক খেলত পৰাজয়বৰণ কৰি মুঠ ৯ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এ টি কেৰ সহ প্ৰশিক্ষকে খেলখনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ আমাক ভাগ্যই সহায় কৰা নাই, কিন্তু এতিয়াও প্লে অফত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে। আনহাতে ঘৰুৱা দলৰ সহ প্ৰশিক্ষক ইলকোৱে দলৰ স্থিতি সন্দৰ্ভত সংবাদমেল যোগে কয়, ‘আমাৰ এতিয়াও বহু কৰণীয় আছে। আমি মূলত: দুটা বিষয়ত প্ৰধান গুৰুত্ব দিছো এটা হ’ল দলটোক সু সংগঠিত কৰা আৰু আনটো হ’ল গ’ল কৰাৰ বিফলতা আঁতৰ কৰা’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd