• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাহৰণিৰ গৰ্ভত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 10:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে কেন্দ্ৰীয় পথ  যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুসৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৬০০ কিলোমিটাৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে। এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰা হ’ব। লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰক ব্যৱসায়িকভাৱে লাভজনক কৰি তোলা হ’ব। লগতে অসমৰ বাবে নদীখনক আশীৰ্বাদস্বৰূপ কৰি তোলা হ’ব। মন্ত্ৰীজনৰ ঘোষণাত এইটো কোৱা হৈছিল যে বাৰিষাৰ অন্ত পৰিলেই অহা ছেপ্তেম্বৰতে এই খনন কাৰ্য্য আৰম্ভ হ’ব।

অসমৰ ৰাইজে এইটো এক সুখবৰ হিচাপে গণ্য কৰিলেও এতিয়া বাৰিষা শেষ হোৱাৰ কেইবা মাহ পাৰ হৈ যোৱাৰ পিছতো কামৰ কোনো উমঘাম নোপোৱাত কেন্দ্ৰীয় মন্ত্ৰীজনৰ প্ৰতিশ্ৰুতিক লৈ অসমীয়া মানুহ এক আশাত বন্দী হৈ আছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীজনে নিজৰ প্ৰতিশ্ৰুতিক পাহৰণিৰ গৰ্ভত এৰি দিয়াৰ দৰে হৈছে। কাৰণ অসমত ফেব্ৰুৱাৰিৰ শেষৰ ফালে এই খৰালিৰ বতৰ শেষ হ’ব আৰু তাৰ পিছত কাম আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাথাকিব। তাৰ পিছৰ বছৰত আহিব লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ অজুহাততো কাম স্থগিত হোৱাৰ সম্ভাৱনাই বেছি।

Apply Now

গাডকাৰিয়ে ঘোষণা কৰিছিল যে একে সময়তে ছটা স্থানত খান্দি থকা হ’ব আৰু গোটেই নদীখনৰ পৰিসৰৰ ভিতৰত নিম্নতম ৪৫ মিটাৰকৈ গভীৰতা বৰ্তাই ৰখা হ’ব।

‘প্ৰকল্পটো এতিয়াও আলোচনাৰ স্তৰতে আছে আৰু আমি এতিয়াও ড্ৰেজাৰকেইখন অসম পোৱাহি নাই।’ আজি এন ই নাওক অসম জলসম্পদ বিভাগৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ দাসে এইদৰে জনায়। তেওঁ কয় যে অসমৰ পৰা ছখন ড্ৰেজাৰ বিচৰা হৈছে।

তেওঁ কয় যে খননে নদীখনৰ পানী বহন কৰিব পৰা ক্ষমতা বৃদ্ধি কৰাৰ লগতে নৌ পৰিবহণ ব্যৱস্থাটো উন্নত কৰিব। লগতে বাৰিষাৰ সময়ছোৱাত বানপানীৰ প্ৰকোপ হ্ৰাস কৰিব।

যদিও নমামি বৰাক উৎসৱৰ সময়তে বৰাক নদীৰ খনন আৰম্ভ কৰা হৈছিল, ব্ৰহ্মপুত্ৰৰ খননৰ বাবে পুঁজি অথবা ড্ৰেজাৰ কোনোটোকে পোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।

যিহেতু পিছৰটো বাৰিষা আৰম্ভ হ’বলৈ বৰ বেছি কেইমাহ নাই, এই পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতি অপূৰ্ণ হৈ ৰোৱাৰে সম্ভাৱনা বেছি আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd