• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূব কাৰ্বি আংলঙত কালভাৰ্ট উটুৱাই নিয়াৰ পিছত বিছিন্ন হৈ পৰিছে গাঁওবাসীৰ যাতায়ত ব্যৱস্থা

ৰূপজ্যোতি মহন্ত by ৰূপজ্যোতি মহন্ত
June 17, 2018 10:29 am
IMG-20180616-WA0010-570x320

কাৰ্বি আংলঙৰ বোকাজানৰ দেওপানী নদীৰ ওপৰত থকা শীৰ্ণ বাঁহৰ সাকোঁৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী বিপদশংকুলভাৱে পাৰ হ’বলগীয়া হয়। ফটো : ৰূপজ্যোতি মহন্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভিতৰুৱা গাওঁসমূহত বিজুলী সেৱা আৰু উন্নত যাতায়ত ব্যৱস্থা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ অনুন্নত অঞ্চল হিচাপে বিবেচিত পাহাৰীয়া জিলা কাৰ্বি আংলঙত।

পাহাৰীয়া জিলাখনৰ ভিতৰুৱা গাঁওসমূহৰ বৰ্তমান অৱস্থা সম্ভৱত: আটাইতকৈ শোচনীয় বুলি ক’ব পাৰি। বিগত দুটা দশক ধৰি দেওপানী নদীৰ আনটো দিশত প্ৰায় ২৫ খন গাঁৱত বাস কৰা জনজাতীয় গাঁওবাসীয়ে অঞ্চলটোৰ উন্নয়ন আৰু সু-প্ৰশাসনৰ বাবে আশা পালি ৰৈ আছে।

Apply Now

বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অনুন্নত অংশটো পৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দেওপানী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিৰ অধীনত। স্বাধীনতাৰ পিছৰে পৰা অঞ্চলটো অপৰিৱৰ্তিত হৈ আছে আৰু কোনো উন্নয়নৰ মুখ দেখা নাই।

প্ৰতিবছৰে বাৰিষা কালত নদীখনৰ আনটো দিশত বাস কৰা লোকসসকলৰ জীৱন ৰেখা হিচাপে থকা কালভাৰ্টৰ এটা অংশ নামনিলৈ বৈ অহা পানীৰ তীব্ৰ সোঁতে উটুৱাই নিয়াৰ বাবে অঞ্চলটোৰ জনজাতীয় লোকসকলে চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে।

প্ৰায় ২৫ খন জনজাতীয় গাওঁৰ লোকসকলৰ যাতায়তৰ অত্যন্ত জৰুৰী সেৱাৰ পথটোৰ অংশ কালভাৰ্টটোৰ বাবে দুই দশক ধৰি চৰকাৰৰ সুদৃষ্টি পাবলৈ অপেক্ষা কৰি থাকিবলগীয়া হৈছে। স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বছৰ বছৰ ধৰি এই গাওঁসমূহৰ বাসিন্দাসকলে আৰ্থ-সামাজিকভাৱে দুৰ্দশাগ্ৰস্ত জীৱন যাপন কৰিবলগীয়া হৈছে।

IMG-20180616-WA0005-169x300

‘’দেওপানী নদীৰ ওপৰত এখন পকী দলঙৰ অভাৱত ইয়াৰ ৰাইজৰ বাবে উন্নয়নৰ আশা কৰাটো এতিয়াও এক সুদূৰ পৰাহত হৈ আছে,’’- কান্ধত চাইকেল লৈ নদীখন পাৰ হ’বলৈ যোৱা এগৰাকী স্থানীয় বাসিন্দাই এইদৰে কয়।

ইয়াৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান অৱলম্বন হৈছে কৃষি আৰু বাসিন্দাসকলৰ বাবে বাৰিষাটো এক গুৰুত্বপূৰ্ণ সময়। ‘’ আমি আমাৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ নদীখন পাৰ হৈ কঢ়িয়াই নিব নোৱাৰো আৰু দুয়োপাৰৰ সৈতে সম্পৰ্ক গঢ়ি তোলাটো কঠিন হৈ পৰিছে,’’-পানীৰ স্তৰ কমিব বুলি আশা কৰি উৱলি যোৱা কামিজ পিন্ধি নদীৰ পাৰত বহি থকা এগৰাকী কৃষকে এইদৰে কয়।

দুৰ্ভাগ্যজনকভাৱে, নদীখনৰ দুয়োপাৰৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণৰ বাবে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে ঠেক বাঁহৰ সাঁকোৰে পাৰ হৈ স্কুললৈ যাবলগীয়া হৈছে।

ইয়াৰ বাবে শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে মানসিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্কুল বাদ দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আশ্চৰ্যজনকভাৱে বৃদ্ধি পাইছে।

কাৰ্বি আংলঙৰ বিতৰুৱা অঞ্চলসমূহত স্বাস্থ্য, শিক্ষা, যাতায়তকে ধৰি বুনিয়াদী সা-সুবিধাসমূহৰ অভাৱ আৰু বিকাশৰ মন্থৰ গতিহে প্ৰত্যক্ষ কৰা যায়।

সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতিসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ সুৰ৭আৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদখন গঠন কৰা হৈছিল।

আনহাতে, সীমাহীন দুৰ্নীতি আৰু উন্নয়নমূলক পুঁজিৰ অপব্যৱহাৰে স্বায়ত্ত শাসিত পৰিষদখনৰ অধীনৰ অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়ন স্থবিৰ কৰি পেলাইছে।

ৰূপজ্যোতি মহন্ত

ৰূপজ্যোতি মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd