• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয় : মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2018 9:17 pm
উদ্যোগ, বাণিজ্য তথা পৰিৱহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ প্ৰতিনিধিবৰ্গ তথা বিভিন্ন সংগঠনৰ সদস্যৰ সৈতে দিছপুৰত আলোচনাৰ মুহূৰ্তত। ফটো : ইউ বি ফটোছ

উদ্যোগ, বাণিজ্য তথা পৰিৱহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ প্ৰতিনিধিবৰ্গ তথা বিভিন্ন সংগঠনৰ সদস্যৰ সৈতে দিছপুৰত আলোচনাৰ মুহূৰ্তত। ফটো : ইউ বি ফটোছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয়। অসমৰ ভৌগলিক অখণ্ডতা খৰ্ব হ’বলৈ দিয়া নহয়। আজি নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ডিমা হাচাওত সংঘটিত শেহতীয়া ঘটনা ৰাজিৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰস্তাৱিত নাগালিমক লৈ অসমৰ কোনো অঞ্চলৰ লোকে শংকিত হোৱাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত ডিমা হাচাওৰ জনসাধাৰণেও কোনো শংকাত ভূগিব নালাগে বুলি তেওঁ কয়।

Apply Now

ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও অসমৰ কোনো অংশ প্ৰস্তাৱিত নাগালিমত অন্তৰ্ভুক্ত নহয় বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে ডিমা হাচাওকে ধৰি ৰাজ্যখনৰ সকলো জনসাধাৰণকে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত ডিমা হাচাও স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য তথা ডিমা হাচাওৰ বিভিন্ন সংগঠনৰ  প্ৰতিনিধিৰ উপস্থিতিত  এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উদ্যোগ আৰু বাণিজ্য তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰা হয়।

বৈঠকত অধ্যক্ষতা কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে অসমৰ ভূ-খণ্ডৰ এক ইঞ্চি মাটিও কোনো ক্ষেত্ৰতে এৰি দিয়া নহ’ব।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ডিমা হাচাওৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ডিমা হাচাওৰ শেহতীয়া ঘটনা ৰাজি অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে এনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণক সচেষ্ট হৈ থকাৰ বাবে আহ্বান জনায়।

মন্ত্ৰী পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত অহা ২৭ জানুৱাৰিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডিমা হাচাওলৈ ৰাওনা হ’ব বুলি কয়।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব ভি কে পিপাৰনেচীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এছ বি) পল্লৱ ভট্টাচাৰ্য, ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছা, কাৰ্যবাহী সদস্য চেমুৱেল চাংচন, জে এন এইচ, ডি এছ ইউ, এ ডি এছ ইউৰ প্ৰতিনিধি বৰ্গও উপস্থিত আছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd