• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যাপক সঁহাৰিৰ মাজেৰে শেষ হ’ল ব্যতিক্ৰম মাছডোৰ ৯০ দিনৰ ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 8:25 pm
ব্যতিক্ৰম, মাছডোৰ উদ্যোগত ন’ হৰ্ন প্লীজ’ কাৰ্যসূচীৰ অন্তিম অনুষ্ঠান।

ব্যতিক্ৰম, মাছডোৰ উদ্যোগত ন’ হৰ্ন প্লীজ’ কাৰ্যসূচীৰ অন্তিম অনুষ্ঠান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী, ৩১ মাৰ্চ : প্ৰবল উৎসাহ-উদ্দীপনাৰে আজি যৱনিকা পৰিল ব্যতিক্ৰম- মাছডোৰ দ্বাৰা আয়োজিত ৯০ দিনীয়া কৰ্মসূচী ‘ন’ হৰ্ন প্লীজ’-ৰ। এইটো বছৰৰ প্ৰথম দিনৰ পৰা ‘ন’ হৰ্ন প্লীজ’ৰ কৰ্মসূচী গুৱাহাটীৰ প্ৰায় সকলো ঠাইতে পালন কৰা হৈছে। যাৰ মূল উদ্দেশ্য আছিল মহানগৰীত শব্দ প্ৰদূষণ হ্ৰাস কৰা।

আজি কৰ্মসূচীৰ শেষ দিনটোত ‘ন’ হৰ্ন প্লীজ’ পালিত হ’ল গুৱাহাটীৰ ষ্টেইট বেংক অব ইণ্ডিয়াৰ স্থানীয় প্ৰধান কাৰ্যালয়ৰ বিশাল প্ৰাংগণত।

Apply Now

আজি ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচীত অংশগ্ৰহণ কৰে ষ্টেইট বেংকৰ জি এম, চি ডি অ’, এ জি এম আৰু সহকৰ্মীসকলে। লগতে আছিল গুৱাহাটীৰ মডেলসকল আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকল।

‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী প্ৰসংগত আয়োজক ব্যতিক্ৰম- মাছডোৰ সভাপতি সৌমেন ভাৰতীয়াই কয়, ‘৯০ দিন ধৰি হোৱা ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী আজি আনুষ্ঠানিকভাৱে শেষ হল। কিন্তু ইয়াৰ প্ৰাসংগিকতা কেতিয়াও শেষ নহয়। মাননীয় ৰাজ্যপাল জগদীশ মুখী আৰু এছ বি আইৰ চি জি এমে কয় যে এই কৰ্মসূচী ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰচাৰ কৰিব লাগে। আমি সেই চেষ্টাই কৰিম। ৯০ দিন জুৰি সৰ্বস্তৰৰ যি সহযোগিতা পোৱা হৈছে তাৰ কথাও উল্লেখ কৰিব লাগিব। আমি বিচাৰো আমাৰ ৰাজ্যখনত অন্তত এটা দিনক ‘ন’ হৰ্ন প্লীজ’ ঘোষণা কৰক চৰকাৰে।

আজি ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী পালনৰ মাজতে ষ্টেইট বেংক অব ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ দিগমানু গুপ্ত, ওমপ্ৰকাশ মিশ্ৰ, চি ডি অ’ আশিস বিশ্বাস, এছিষ্টেণ্ট জেনাৰেল মেনেজাৰ বিমল দেবক ব্যতিক্ৰম মাছডোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। কাৰ্য্যসূচীৰ অংশ হিচাপে ওচৰে-পাঁজৰে থকা সকলো গাড়ীতে ‘ন’ হৰ্ন প্লীজ’ ষ্টিকাৰ লগোৱা হয় আৰু তাৰ লগতে প্ৰতিজন গাড়ীচালকক উচ্চমাত্ৰাৰ শব্দৰ অপকাৰিতাৰ বিষয়ে অৱগত কৰা হয়।

উল্লেখযোগ্য যে নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজভৱনৰ দৰবাৰ হলৰ পৰা পতাকা উৰাই ‘ন’ হৰ্ন প্লীজ’  কৰ্মসূচীৰ উদ্বোধন কৰিছিল মাননীয় ৰাজ্যপাল জগদীশ মুখীয়ে। এইটো এনকুৱা এটা কৰ্মসূচী য’ত ব্যক্তিৰ লগতে সমাজৰো মংগল জড়িত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd