• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফলৰ কাৰণে প্ৰথমবাৰৰ বাবে মিজোৰামত স্থাপন হ’ল  ইণ্ডো-ইজৰাইলী চেন্টাৰ অৱ এক্সিলেন্স

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 4:33 pm
mizoram
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফল সংৰক্ষণ আৰু ফলৰ খেতি বিকাশৰ বাবে প্ৰযুক্তিগত দিশত এটা আগবঢ়াৰ বাবে বাবে ইণ্ডো-ইজৰাইলী চেন্টাৰ ফ’ৰ  এক্সিলেন্স মিজোৰামত স্থাপন হৈছে।  এই কেন্দ্ৰটো ইণ্ডো-ইজৰাইলী কৃষি গৱেষণা আৰু বিকাশৰ এটি কেন্দ্ৰ হৈ উঠিব বুলি জানিব পৰা গৈছে। ইয়াত ভাৰতৰ পৰিৱেশৰ লগত খাপ  খোৱাকৈ স্থানীয় বিশেষজ্ঞৰ দ্বাৰা ইজৰাইলৰ আটাইতকৈ উন্নত নাৰ্ছাৰী আৰু ফল ৰোপনৰ প্ৰযুক্তি প্ৰদৰ্শন কৰা হ’ব।

মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনিয়েল কাৰমন এই কেন্দ্ৰটো উদ্বোধন কৰে যোৱা ৭ মাৰ্চত।

Apply Now

এই কেন্দ্ৰটো  দক্ষিণ মিজোৰামৰ লুংলেই জিলাৰ হাউলাওনং আৰু মুৱালথুৱাম গাঁৱৰ মাজত অৱস্থিত। এই কেন্দ্ৰটোত বিশেষকৈ নেমু জাতীয় ফল সংৰক্ষণ হ’ব বুলি জানিব পৰা গৈছে।

প্ৰায় ৯০০,০০০,০০০ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মান কৰা হৈছে। মিশ্যন ফ’ৰ ইণ্টিগ্ৰেটেড ডেভেলেপমেণ্ট অৱ হৰ্টিকালছাৰ (এমআইডিএইচ) আৰু ইজৰাইলী চৰকাৰৰ সহযোগত এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছে।

মিজোৰামৰ মুখ্য মন্ত্ৰীজনে ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু ৰাজ্যিক উদ্যান শস্য মন্ত্ৰী পি চি লালথানলিয়ানাক  ৰাজ্যখনত উত্তৰ-পূৰ্বাঞ্চলৰে সৰ্বপ্ৰথমটো ইণ্ডো-ইজৰাইলী চেন্টাৰ ফৰ এক্সিলেন্স প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত লোৱা উদ্যোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

মন্ত্ৰী গৰাকীয়ে  কয়,’’ পৰিপূৰ্ণ বিশ্বাসেৰে, উদ্যোগেৰে আৰু সাধুতাৰে আমি আমাৰ ভূমিৰ সংস্কাৰ সাধন কৰিম।‘ তেওঁ এই কেন্দ্ৰটোক ৰাজ্যখনৰ বিকাশৰ এটা মাইলৰ খুটি বুলি অভিহিত কৰে।

এই কেন্দ্ৰটোৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ বাবে ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আনন্দ প্ৰকাশ কৰে আৰু ইয়াক মিজোৰামৰ ৰাইজৰ উদ্দ্যেশে অৰ্পণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd