• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেশ্বন ডিজাইনিঙত নিজৰ সৃষ্টিৰাজিৰে নাৰীৰ সৌন্দৰ্য্যক দাঙি ধৰাৰ প্ৰয়াস অসমৰ শিক্ষা আগৰৱালৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2018 8:07 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰি উলিওৱা সাজ-পাৰৰ প্ৰদৰ্শনৰ মাজেৰে কালি মহানগৰীৰ তাজ ভিভন্তাত ইষ্ট ইণ্ডিয়া ফেশ্ব’ন উইক অনুষ্ঠিত হয়। ফেশ্বন উইকটো ১.৩০ বজাত বিখ্যাত পিপ’ল অব আসামৰ প্ৰাক্তন কৰ্মচাৰী স্বপ্ননীল বৰুৱাই উদ্বোধন কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে উত্তৰ পূৰ্বাঞ্চলৰ  হাজং নৃত্য, খাচি নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শিত হয়। তাৰ পিছতে কবিতা বৰুৱা মেধিয়ে প্ৰস্তুত কৰি উলিওৱা অসমীয়া তথা খাচি জনজাতিৰ পৰম্পৰাগত সাজপাৰ পৰিধানেৰে এই ফেশ্বন শ্ব’ৰ শুভাৰম্ভ হয়। শিক্ষা আগৰৱাল, এলিনা তালুকদাৰ, দ্বীপজ্যোতি বনীয়া, নাগালেণ্ডৰ তাৰিপ লং কুমেৰ, পুনম চেতিয়াকে ধৰি বহুকেইগৰাকী ফেশ্বন ডিজাইনাৰে নিশা প্ৰায় ১০.৩০ বজালৈকে তেওঁলোকৰ নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা ভিন্ন ধৰণৰ সাজপাৰৰ প্ৰদৰ্শন আগবঢ়ায়।

Apply Now

এই ইষ্ট ইণ্ডিয়া ফেশ্বন উইকত ফেশ্বন ডিজাইনাৰ শিক্ষা আগৰৱালৰ পৰম্পৰাগত সাজপাৰৰ প্ৰদৰ্শনে বিশেষ মনোযোগ আদায় কৰা দেখা যায়। তেওঁৰ নিজ হাতেৰে ডিজাইন কৰা পৰম্পৰাগত তথা পশ্চিমীয়া দুয়োটা আৰ্হিৰ কাপোৰ পৰিধান কৰি প্ৰায় ১০ গৰাকী মডেলে ৰেম্পত খোজ কঢ়াটো পৰিলক্ষিত হয়।

জানিব পৰা মতে, মুম্বাইত ফেশ্বন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰা এই শিক্ষা আগৰৱালাই ফেশ্বন ডিজাইনিঙত এগৰাকী আগ শাৰীৰৰ কৰ্মী হিচাপে ইতিপূৰ্বে নিজকে প্ৰতিষ্ঠা কৰিছে। তেওঁ মুম্বাইত পাৰ্ল একাডেমিত ফেশ্বন ডিজাইনিঙৰ শিক্ষা লৈছিল।

কালিৰ অনুষ্ঠানৰ শেষত শিক্ষা আগৰৱালাই এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে যোৱাবছৰ তেওঁ মুম্বাইৰ লেকমি ইণ্ডিয়া ফেশ্ব’ন উইকত ইণ্টাৰ্নশ্বিপ গ্ৰহণ কৰে। বৰ্তমান গুৱাহাটীতে থাকি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ফেশ্বন জগতখনক আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰখা শিক্ষাই ইতিমধ্যে নিজাববীয়াকৈ ‘মাইৰাহ’ নামৰ এটা গ্ৰুপ  খোলা বুলি জানিবলৈ দিয়ে। তেওঁ এই গ্ৰুপটোৰ মঞ্চৰ পৰাই কালি ইষ্ট ইণ্ডিয়া ফেশ্ব’ন উইকত নিজৰ সৃষ্টিৰাজিৰ প্ৰদৰ্শন কৰিছিল। তেওঁ এই সন্দৰ্ভত কয় যে নাৰীসকলে যাতে এই সৃষ্টিৰ জৰিয়তে নিজৰ সৌন্দৰ্য্যক তুলি ধৰিব পাৰে আৰু লগতে সবলতা অনুভৱ কৰে তাৰ বাবেই এই মাইৰাহ গ্ৰুপটোৰ জন্ম দিয়া হৈছে।

আনহাতে এই অনুষ্ঠানতে ফেশ্বন শ্ব’ৰ বাবে প্ৰয়োজনীয় কিছুসংখ্যক সাজপাৰ নিজ হাতেৰে বৈ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকক আগ বঢ়োৱাৰ বাবে শুৱালকুছিৰ এগৰাকী শিপিনী অনু ৰাজবংশীক ২৫০০০ টকা সহ পূৰ্বৰ্শ্ৰী বঁটা প্ৰদান কৰা হয়।

অনুৰাধা কুলি, বলিউডৰ ফেশ্বন প্ৰদৰ্শনী পৰিচালক কুনাল কৌশিক, পূজা খেম্কা আদিয়েও অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd