• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

বহু হাজাৰ ৰহিঙীয়াৰ মাজৰ মাত্ৰ কেইশ মানৰহে প্ৰত্যাৱৰ্তনত অনুমোদন ম্যানমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 4:49 pm
rohingya refugees
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাৱৰ্তনৰ তালিকাত থকা হাজাৰ হাজাৰ ৰহিঙীয়াৰ পৰা মাত্ৰ কেইশ মানকহে স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত অনুমোদন জনাইছে ম্যানমাৰ চৰকাৰে।

বাংলাদেশ আৰু ম্যানমাৰৰ মাজত নৱেম্বৰ মাহত স্বাক্ষৰিত এটা চুক্তি অনুসৰি ১০ লাখৰ ভিতৰত তিনি চতুৰ্থাংশ ৰহিঙীয়া শৰণাৰ্থীক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত দুয়োখন দেশ সহমতত উপনীত হৈছিল যদিও এই চুক্তি অনিৰ্দিষ্ট কালৰ বাবে ৰৈ আছে। প্ৰস্তুতিৰ অভাৱৰ বাবে ইটো পক্ষই সিটো পক্ষক দোষ দিছে।

Apply Now

এতিয়ালৈকে ম্যানমাৰে ৮,০০০তকৈও অধিকৰ পৰা মা্ত্ৰ ৬,০০মান ৰহিঙীয়া শৰণাৰ্থীক প্ৰত্যাৱৰ্তনত অনুমোদন জনাইছে। দক্ষিণ এছিয়াৰ এই দুখীয়া দেশ বাংলাদেশে  প্ৰায় ১০ লাখ ৰহিঙীয়াক আশ্ৰয় দিছে। ম্যানমাৰৰ সৈতে দক্ষিণ-পূব  সীমাত থকা অস্বাস্থ্যকৰ শিবিৰত ৰহিঙীয়া শৰণাৰ্থীক আশ্ৰয় দিয়া হৈছে।

প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো চোৱা-চিতাৰ দায়িত্বত থকা বাংলাদেশৰ শীৰ্ষস্থানীয় বিষয়া মহম্মদ আবুল কৰিমে কৈছে যে এই বিতৰ্কিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ কৰা হ’ব তাৰ কোনো বিতং তথ্য জনোৱা নাই।

কালামে কৈছে যে প্ৰত্যাৱৰ্তনৰ কোনো তাৰিখ স্থিৰ হোৱা নাই।

এই বিতৰ্কিত চুক্তিখন জানুৱাৰিৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল ইয়াৰ সময়সীমা উকলি যোৱাৰ পিছত দেশখনে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো পিছুৱাই আছে।

ৰহিঙীয়াসকলৰ এই দুৰ্দশাৰ হেতুকে মানৱাধিকাৰ গোটসমূহ সমালোচনা মুখৰ হৈ পৰিছে আৰু আশংকা ব্যক্ত কৰিছে যে ম্যানমাৰত সংখ্যালঘূ মুছলমান নিৰাপদ নহয়।

চুক্তি অনুসৰি, শৰণাৰ্থীসকলক প্ৰত্যাৱৰ্তন কৰাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছে যদিও ম্যানমাৰৰ অশান্তি-জৰ্জৰ ৰাখিনি ৰাজ্যখনলৈ উভতি যোৱাৰ বাবে বহুতেই অস্বীকাৰ কৰিছে।

ম্যানমাৰৰ ৰাখিনি ৰাজ্যত ৰহিঙীয়াসকলক বহু প্ৰজন্ম ধৰি উৎপীড়ণ চলাই অহা হৈছে আৰু যি হিংসাত্মক ঘটনাৰ বলি হৈ তেওঁলোক বাংলাদেশলৈ পলাই আহিবলৈ বাধ্য হৈছে তাৰেই পুনৰাবৃত্তি ঘটাৰ ভয়ে তেওঁলোকক শংকিত কৰি ৰাখিছে।

কালামে কৈছে যে অহা কেই সপ্তাহৰ ভিতৰতে বাংলাদেশে প্ৰায় ১০,০০০ শৰণাৰ্থীৰ এখন তালিকা  ম্যানমাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। তেওঁ আৰু জানিবলৈ দিছে যে দুয়োখন দেশৰে বিষয়াবৰ্গই প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো আলোচনা কৰাৰ বাবে এপ্ৰিল মাহত এখন আলোচনাত মিলিত হ’ব।

কিন্তু  প্ৰত্যাৱৰ্তনৰ চুক্তি বাস্তৱায়িত হোৱা বিষয়ত  বাংলাদেশ আৰু অন্যন্য দেশতো এটা সন্দেহে উক দিছে।

উল্লেখ্য যে ৰহিঙীয়াক ম্যানমাৰে  অবৈধ অনুপ্ৰবেশকাৰী হিচাপে দীৰ্ঘকাল ধৰি নিকৃষ্ট ব্যৱহাৰ কৰি আহিছে। এই বিপুল সংখ্যক শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি ম্যানমাৰত এতিয়াও গঢ়ি তোলা হোৱা নাই।

এই বিৰাট প্ৰক্ৰিয়াটো  যোৱা বছৰৰ নৱেম্বৰৰ আগতে সম্পূৰ্ণ কৰাৰ বাবে বাংলাদেশ আৰু ম্যানমাৰ সহমতত উপনীত হৈছিল। জানিব পৰা গৈছে যে বাংলাদেশৰ এজন শীৰ্ষস্থানীয় কেবিনেট মন্ত্ৰী, প্ৰখ্যাত অৰ্থনীতিবিদ এ এম এ মুহিথে ‘শৰণাৰ্থীসকল আৰু প্ৰত্যাৱৰ্তন কৰাৰ কোনো আশা নাই আৰু ম্যানমাৰে ইচ্ছাকৃতভৱে প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটোত বাধা প্ৰদান কৰিছে’ বুলি দোষাৰোপ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd