• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বিছাগু উদযাপন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 18, 2018 8:41 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ গোছাইনিছিনা খেলপথাৰত ব্যাপক উলহ মালহেৰে গোছাইনিছিনা অঞ্চলৰ ১২ খন গাঁৱৰ লোকে ৰঞ্জালী বিছাগু আৰু বিহু উদযাপন কৰে। গোছাইনিছিনা হালামনি ৰঞ্জালী বিছাগু কুংফুং আফাড সমিতিৰ উদ্যোগত গোছাইনিছিনা, টেঙাইগাঁও, ঔগুৰি আদিৰ মুঠ ১২ খন গাঁৱৰ লোকে এই উৎসৱটি প্ৰতিবছৰে পালন কৰা দেখা যায়।

গোছাইনিছিনা খেলপথাৰত সমূহিয়াকৈ উদযাপন কৰা বসন্ত উৎসৱত হাজাৰ হাজাৰ গাঁৱবাসীৰ লগতে প্ৰায় ১২০ জনৰো অধিক চৰকাৰী আমোলা বিষয়া উপস্থিত থাকে। উক্ত উৎসৱত বিজনীৰ অতিৰিক্ত উপায়ুক্ত গুকুল ব্ৰহ্ম, ডিএফঅ’, বিদ্যালয় পৰিদৰ্শক, উকীল, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, শিক্ষক, প্ৰফেছৰ, সেনাবাহিনীৰ লোকৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে বিভিন্ন পৰম্পৰাগত বাদ্যযন্ত্ৰ যেণে কাম যটা, চিফুং, চেঞ্জা আদি বজাই সমগ্ৰ অঞ্চলজুৰি এক মধুৰ পৰিৱেশ গঢ়ি তোলে।

Apply Now

এই উৎসৱৰ আয়োজক সমিতিৰ বিজু বসুমতাৰী নামৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়- ‘গোছাইনিছিনা অঞ্চলৰ ১২ খন গাঁৱৰ লোক, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্ম কৰি থকা চৰকাৰী বিষয়া আৰু শিক্ষাৰ্থীসকলক লগত লৈয়ে আমি সংগবদ্ধভাবে বিছাগু উৎসৱ পালন কৰো। এই উৎসৱৰ যোগেদি আমাৰ পৰম্পৰাগত ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি সমূহ নৱ প্ৰজন্মক আভাষ দিয়াৰ লগতে তেওঁলোকৰ মাজত আমাৰ কৃষ্টি সংস্কৃতি সমূহ যাতে জীয়াই থাকে সেই কাৰণেই আমি ঐক্যবদ্ধভাবে এই উৎসৱৰ আয়োজন কৰো’।

ইয়াৰ উপৰি ৰঞ্জালী উৎসৱৰ লগত সংগতি ৰাখিয়েই বিভিন্ন কুইজ প্ৰতিযোগিতা, বিছাগু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক আৰু মেধাৱী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয় বুলিও জানিবলৈ দিয়ে আয়োজক সমিতিয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd