• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমানেৰে কলকাতালৈ ঘুৰাই পঠিওৱা হ’ল তৃণমূলৰ ৬ গৰাকী প্ৰতিনিধিক, আবেলি পঠাব আন দুজনক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2018 11:48 am
TMC-570x320

তৃণমূল কংগ্ৰেছৰ নেতৃত্বক কাচাৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বাধা দিছে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ কাচাৰ জিলা প্ৰশাসনে অতি চতুৰতাৰে তথা সংঘবদ্ধ পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা সম্পৰ্কত শিলচৰ চহৰত অনুষ্ঠিত হ’বলগীয়া এখন ৰাজহুৱা সভাত অংশ ল’বলৈ শিলচৰত আহি উপস্থিত হোৱা তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ ছয় সদস্যক ঘুৰাই পঠিয়াইছে।

আজি ৰাতিপুৱা ৭-৫৫ বজাত শিলচৰ বিমানবন্দৰৰ পৰা এখন বিমানেৰে তৃণমূল কংগ্ৰেছৰ ছয়জনীয়া সদস্যৰ দলটোক কলকাতালৈ পঠিয়াই দিয়া হয়।

Apply Now

প্ৰতিনিধি দলটোৰ বাকী দুজন সদস্য এতিয়াও শিলচৰতে অপেক্ষা কৰি আছে আৰু আজি আবেলিৰ পিনে তেওঁলোকক ঘুৰাই পঠোৱা হ’ব।

বৃহস্পতিবাৰে আগবেলা কুম্ভীৰগ্ৰাম বিমানবন্দৰত তৃণমূল কংগ্ৰেছৰ সাংসদ আৰু অসম আৰক্ষীৰ মাজত খণ্ডযুদ্ধৰ এক অভূতপূৰ্ব দৃশ্য কাচাৰ জিলা প্ৰশাসনে প্ৰত্যক্ষ কৰে।

আৰক্ষীয়ে শিলচৰৰ এন আৰ চি সম্পৰ্কীয় এখন ৰাজহুৱা সভাত যোগদান কৰিবলৈ অআহি শিলচৰত আহি উপস্থিত হোৱাৰ পিছতে আঠজনীয়া তৃণমূল কংগ্ৰেছৰ দলটোক বিমানবন্দৰত আবদ্ধ কৰি ৰাখে।

ইয়াৰ পিছত তেওঁলোকক শিলচৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি)ৰ অতিথিশালালৈ লৈ গৈ গৃহবন্দী কৰি ৰখা হয়। তেওঁলোকৰ ভ্ৰমণে পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে বুলি কৈ আৰক্ষীয়ে তেওঁলোক উপস্থিত হোৱাৰ পিছতে বিমানবন্দৰতে তেওঁলোকক বাধা দিয়ে।

উল্লেখযোগ্য যে কাচাৰ জিলা প্ৰশাসনে বুধবাৰে নিশা ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাননী জাৰি কৰে আৰু জিলাখনত এন আৰ চি প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ব খোজা যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল।

তৃণমূল কংগ্ৰেছৰ দলটোৱে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ অসমৰ বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰাৰ কথা আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm
ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd