• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহস্পতিবাৰে নিশা শিৱসাগৰৰ ডিমৌত অৰুণাচলৰ নৈশ বাছত দুৰ্বৃত্তৰ শিল নিক্ষেপ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
January 26, 2018 10:13 am
Representative Image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬৯ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। বৃহস্পতিবাৰে নিশা এখন নৈশ বাছত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায়। ফলত তিনিজনলোক গুৰুতৰভাবে আহত হয়।

জানিব পৰা অনুসৰি ডিমৌৰ ৰাজমাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা অৱস্থাত নৈশ বাছখনলৈ শিলগুটি নিক্ষেপ কৰে। উল্লেখযোগ্য যে আক্ৰমণত পতিত হোৱা নৈশ বাছখন অৰুণাচলৰ টেজুৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছিল। বাছখনৰ নম্বৰ হৈছে AR-11A-3911।

Apply Now

এক বিশেষ সূত্ৰই জনোৱা অনুসৰি দুৰ্বৃত্তৰ দলটোৱে অতি বৰ্বৰতাৰে বাছখনত শিলগুটিৰে আক্ৰমণ কৰিছিল যাৰ ফলত নৈশ বাছখনৰ সন্মুখ অংশ সম্পূৰ্ণভাবে ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিৱেশী ৰাজ্য অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে অহা বাছখনত প্ৰায় ৩৫ জনকৈ যাত্ৰী আছিল।

এই শিলগুটি নিক্ষেপৰ ফলত বাছখনৰ চালকৰ লগতে ৩ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহতসকলক লগে লগে স্থানীয় লোকৰ তৎপৰতাত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আমাৰ সাংবাদিকে জানিবলৈ দিয়ে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে ডিমৌ আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়।

শিল নিক্ষেপৰ ঘটনা সংঘটিত হোৱাৰ পিছত যাত্ৰীসকল তথা অঞ্চলযুৰি বাসিন্দাৰ মাজত এক তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰে। কিন্তু আৰক্ষী উপস্থিত হোৱাত লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

উল্শিলেখযোগ্লয যে  নিক্ষেপৰ ঘটনাত পতিত যাত্ৰীয়ে গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত সুৰক্ষা সন্দৰ্ভত জিলাখনৰ আৰক্ষীৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰে।

আমালৈ শেহতীয়াকৈ অহা খবৰ অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত দুৰ্বৃত্তক চিনাক্ত তথা কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

হিতোজ্জ্বল চেতিয়া

হিতোজ্জ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd