• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ব্যৱসায়, কৃষি প্ৰযুক্তি আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰতিশ্ৰুতি দিলে মেঘালয় ভ্ৰমণৰত জাপানী ৰাষ্ট্ৰদূতে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 9:01 pm
japanese ambassador

জাপানী ৰাষ্ট্ৰদূত কেনজি হিমাটছুক মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদে আদৰণী জনাইছে

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত নিয়োজিত জাপানী ৰাষ্ট্ৰদূত কেনজি হিমাটছুৱে সোমবাৰে আবেলি মেঘালয়ৰ ৰাজ্যপান গংগা প্ৰসাদক ৰাজভৱনত সাক্ষাৎ কৰে। ৰাজ্যপালে ৰাজ্যখনত ষ্ট্ৰবেৰীৰ খেতিৰ বাবে সঠিক প্ৰযুক্তিৰে সহায়তা আগবঢ়াবৰ বাবে জাপানী ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ কৰে।

নিপাপত্তাজনিত কাৰণত জাপানৰ নাগৰিকৰ ওপৰত মেঘালয় ভ্ৰমণত যি চৰকাৰী পৰিবন্ধকতা লগোৱা আছে তাক পুনৰীক্ষণ কৰাৰ বাবে ৰাষ্ট্ৰদূতগৰাকীক অনৰোধ কৰি ৰাজ্যপান গংগা প্ৰসাদে কৈছে যে বিগত বছৰকেইটাত ৰাজ্যখনৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

Apply Now

জাপানী ৰাষ্ট্ৰদূতগৰাকীয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কংকাল চাংমাকপ্ৰধান সচিবালয়ত থকা তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।

জাপানৰ ৰাষ্ট্ৰদূতগৰাকীক মেঘালয়ৰ জলবায়ু এক বিশেষ প্ৰজাতিৰ কাঠফুলাৰ বাবে অনুকুল বুলি  অৱগত কৰি তামিলনাডুৰ দৰে মেঘালয়তো ‘শ্বিটাকেই’ (Shiitake) নামৰ কাঠফুলাৰ প্ৰজাতিটোৰ খেতি কৰাত স্থানীয় কৃষকক সহায় কৰিবলৈ ৰাজ্যপালগৰাকীয়ে অনুৰোধ জনায়।

উল্লেখ্য যে এই প্জাতিৰ কাঠফুলা উৎপাদনৰ ক্ষেত্ৰত জাপান বিশ্বৰ অগ্ৰণী দেশ।

ৰাজ্যপালগৰাকীয়ে কয় যে মেঘালয়ত ‘শ্বিটাকেই’ প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰাৰ বাবে অনুকুল স্থানীয় গছ এবিধ পোৱা যায়।

মেঘালয়ত ষ্ট্ৰব্ৰেৰীৰ খেতি আৰ্ভ কৰাৰ পাছত ইয়াৰ ষ্ট্ৰবেৰীৰ গুণগত মান উন্নত মানৰ বুলি বিখ্যাত হৈ পৰিছে বুলি ৰাজ্যপালগৰাকীয়ে জাপানী ৰাষ্ট্ৰদূতগৰাকীক জনাইছে।

তেওঁ আৰু কৈছে যে মেঘালয় ভ্ৰমণলৈ অহা নাগৰিকৰ নিৰাপত্তাৰ ব্যৱস্থাটো পুনৰীক্ষণ কৰাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰথম বাৰৰ বাবে মেঘালয় ভ্ৰমণলৈ অহা হিমাটছুৱে কৈছে যে খাদ্য সংৰক্ষণ আদিকে ধৰি আন্তঃগাঁথনিমূলক বিকাশ আৰু ব্যৱসায়ৰ সুযোগ সম্বন্ধীয় সহযোগিতাৰ বিষয়ত তেওঁ ৰাজ্যপালগৰাকীৰ সৈতে আলোচনা কৰিছে।

জাপানী ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ মেঘালয় ভ্ৰমণৰ স্মৃতিচিহ্ন হিচাপে তিনিডাল চেৰী ব্লছমৰ গছ ৰোপন কৰে আৰু কয় যে কেবল ব্যৱসায়ৰ ক্ষেত্ৰতেই নহয় সাংস্কৃতিক বিনিময়ৰো কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd