• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতত অভিযান্ত্ৰিক পাঠ্যক্ৰমবোৰ বা পাঠ্যসূচীবোৰ প্ৰায় পূৰণি বা অপ্ৰচলিত হৈ পৰিছে’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অলপ সময়ৰ আগেয়ে জালুকবাৰীৰ তেঁতেলীয়াস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাংগণত অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ (AICTE) আঞ্চলিক কাৰ্য্যালয়ৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ সভাপতি অধ্যাপক অনিল ডি সহস্ৰবুধে। কাৰ্য্যসূচীটোত উপস্থিত আছিল অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অতুল বৰা আৰু অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ আঞ্চলিক কাৰ্য্যালয়ৰ সহকাৰী সঞ্চালক জি এছ নেগি। আধাৰশিলা স্থাপন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি অনিল ডি সহস্ৰবুধে কয় যে ভাৰতত বিশ্ব মানৰ অভিযন্তা সৃষ্টি কৰিবৰ বাবে ভিন্ন অভিযান্ত্ৰিক শিক্ষাৰ পাঠ্যক্ৰমৰ সূচনা কৰা হৈছে। উদ্যোগ জগতখনে আমাক কয়, ‘ভাৰতত অভিযান্ত্ৰিক পাঠ্যক্ৰমবোৰ বা পাঠ্যসূচীবোৰ প্ৰায় পূৰণি বা অপ্ৰচলিত হৈ পৰিছে। স্নাতক পৰ্য্যায়ত যিবোৰ জ্ঞান দি থকা হৈছে সেইবোৰ ১৯৫০-৬০ দশকৰে অথচ আমি এতিয়া একৈচ শতিকাত উপনীত হৈছোহি। গতিকে আমি আই আই টিৰ পৰা বছা বছা শিক্ষক আৰু উদ্যোগ খণ্ডৰ পৰা নিৰ্বাচিত ব্যক্তিক লৈ নতুন আৰু আধুনিক পাঠ্যক্ৰম তৈয়াৰ কৰিছো।’ তেওঁ লগতে কয় যে এই নতুন পাঠ্যক্ৰমৰ বিষয়ে ইতিপূৰ্বে AICTE ৰ ৱেবছাইটত upload কৰা হৈছে আৰু এইবোৰ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়বোৰে এইবোৰ অনুসৰণ কৰিবলৈ আৰম্ভ কৰি দিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকল বিশ্ব মানৰ হৈ উঠে। এই সম্পৰ্কত অধিক স্পষ্ট কৰি তেওঁ কয়, ‘এইবোৰ এশ শতাংশ অনুসৰণ কৰিব নালাগে, তাৰ পৰিৱৰ্তে পৰ্য্যায়ক্ৰমে ইয়াৰ ৭০-৮০ শতাংশ অনুসৰণ কৰি চাওক আৰু তাৰ পৰা অহা পাৰ্থক্যৰ মূল্যায়ন কৰি চাওক।’

উল্লেখযোগ্য যে ইমান দিনে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেইশ্যনৰ (AICTE) আঞ্চলিক কাৰ্য্যালয়ৰ কাম-কাজ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাই চলি আছে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd