• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-বাংলা সীমান্তসমূহত সুৰক্ষা বেৰ গঢ়ি তোলা হ’ব : ৰাজনাথ সিং

এন ই নিউজ ব্যুৰো by এন ই নিউজ ব্যুৰো
December 8, 2017 2:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা চৰকাৰৰ সবাতোকৈ প্ৰথম অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে কয় যে এক বহুস্তৰীয় ‘’সীমান্ত সুৰক্ষা বেৰ’’ দেশৰ গোটেই সীমান্ত জুৰি স্থাপন কৰা হ’ব।

‘’পাঁচখন ৰাজ্য সামৰি  ভাৰত-বাংলা সীমান্তৰ মুঠ দৈৰ্ঘ হৈছে ৪,০৯৬ কিলোমিটাৰ যাৰ ভিতৰত ৩,০০৬ কিলোমিটাৰত ইতিমধ্যে বেৰ স্থাপন কৰা হৈছে। কিন্তু বাকী ১,০৯০ কিলোমিটাৰ সীমান্তত এতিয়া বেৰ দিবলৈ বাকী আছে। আমি এই অঞ্চলসমূহত প্ৰযুক্তিগত ব্যৱস্থা ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যিবোৰক কোৱা হ’ব নন ফিজিকেল বেৰিয়াৰ,’’ –বাংলাদেশৰ সৈতে সীমান্ত ভগাই লোৱা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কলকাতাত ভাৰত-বাংলা সীমান্তৰ সুৰক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত ৰাজনাথ সিঙে এই মন্তব্য কৰে।

Apply Now

‘’ বেৰ নোহোৱা অঞ্চলসমূহৰ ৬৮৪ কিলোমিটাৰ বেৰ আৰু আনুষংগিক আন্ত:গাঁথনিৰে সুৰক্ষিত কৰা হ’ব। বাকী বেৰ দিবলৈ সম্ভৱ নোহোৱা ৪০৬ কিলোমিটাৰ সীমান্ত অঞ্চল নন্ ফিজিকেল বেৰিয়াৰ ব্যৱস্থাৰ অধীনত সুৰক্ষিত কৰা হ’ব,’’- তেওঁ কয়। এই প্ৰসংগতে তেওঁ উল্লেখ কৰে যে নন্ ফিজিকেল বেৰিয়াৰ ব্যৱস্থা প্ৰথমতে ৰূপায়ন কৰা হ’ব অসমৰ ধুবুৰী সীমান্ত খণ্ডত।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বেৰ দি বা নন্ ফিজিকেল বেৰিয়াৰৰ দ্বাৰা সীমান্ত সুৰক্ষিত কৰাৰ উপৰিও গোটেই ভাৰত-বাংলা সীমান্ত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰে এক ‘’সীমান্ত সুৰক্ষা বেৰ’’ৰ অধীনত অনা হ’ব।

‘’ এই সুৰক্ষা বেৰ’ ত কাঁটাতাৰ আৰু নন্ ফিজিকেল বেৰিয়াৰ, নিৰীক্ষণ ব্যৱস্থা, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনীকে ধৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় আন সংস্থাৰ বিভিন্ন গোটসমূহ সংযুক্ত হ’ব।‘’ তেওঁ জনায় যে সীমান্ত সুৰক্ষা বেৰৰ ৰূপায়নৰ কাম কাজ পৰ্যবেক্ষন কৰিব সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে।

সীমান্ত অঞ্চলত বাস কৰা লোকসকলক দেশৰ কৌশলগত সম্পদ বুলি উল্লেখ কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয় যে এই চৰকাৰৰ সুৰক্ষাৰ বিষয়টো মুখ্য প্ৰাথমিকতা হিচাপে সীমান্ত অঞ্চলৰ ক্ষিপ্ৰ বিকাশ অনা হ’ব।

তেওঁ কয় যে সীমান্তৰে গৰুৰ চোৰাংবেহা, মানব সৰবৰাহ, সীমান্তৰে অস্ত্ৰৰ চোৰাং সৰবৰাহ,দ্ৰাগছ আৰু ভাৰতীয় জাল নোট ৰ বিষয়ে বৈঠকত দীঘলীয়া আলোচনা কৰা হয় আৰু সংশ্লিষ্ট ৰাজ্যসমূহক এই বিষয়ত তীক্ষ্ন দৃষ্টি ৰখাৰ বাবে আহ্বান জনায়।

‘’আমি বাংলাদেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিছো, কিন্তু সুৰক্ষাৰ পৰিৱেশ এটা বাস্তৱ সমস্যা। লগতে গোটেই সীমান্ত বন্ধ নকৰাটো এটা সমস্যা। সন্ত্ৰাসবাদী সংগঠনসমূহে চুবুৰীয়া বাংলাদেশৰ ভূমিৰ অপব্যৱহাৰ কৰিব পাৰে। সেইবাবেই আমি তীক্ষ্ন দৃষ্টি ৰাখিব লাগিব।

উত্তৰ –পূবৰ উগ্ৰপন্থী সংগঠনসমূহৰ অধিকাংশই নিয়ন্ত্ৰণলৈ আহিছে বুলি দাবী কৰি ৰাজনাথ সিঙে কয় যে চৰকাৰে চুবুৰীয়া দেশত আশ্ৰয় লোৱা উগ্ৰপন্থী গোটসমূহৰ ওপৰত দৃষ্টি ৰাখিছে।

 

এন ই নিউজ ব্যুৰো

এন ই নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd