• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মঙলবাৰৰ পৰা ছিকিমৰ গেংটক চহৰত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 2:10 pm
sikkim-football-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ ছিকিম অনুসূচিত জাতি কল্যাণ সংস্থাই প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰা ড০ বি আৰ আম্বেদকাৰ ফুটবল প্ৰতিযোগিতাখন মঙলবাৰে গেংটকৰ পালজৰ ষ্টেডিয়ামত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভণি হয়।

সমাজ কল্যাণ বিভাগৰ সহযোগত আয়োজন কৰা ফুটবল প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে ৰাজ্যখনৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী আৰ বি চুব্বাই।

Apply Now

গেংটকত এনেধৰণৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাত মন্ত্ৰীগৰাকীয়ে আয়োজক সমিতিক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে ৰাজ্যৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ফুটবল খেলত নিজকে মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায়।

প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ অধ্যক্ষ এছ বেৰেইলীয়ে কয় যে ড০ বি আৰ আম্বেদকাৰৰ জন্মবাৰ্ষিকী প্ৰত্যেক বছৰে গেংটকত আয়োজন কৰা হয় যদিও এইবাৰ খেলৰ মাধ্যমেৰে ৰাজ্যখনৰ যুৱ সমাজক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।

এই বছৰৰ পৰা প্ৰত্যেক বৰ্ষতে প্ৰতিযোগিতাখন আয়োজন কৰাৰ কথা জানিবলৈ দি আয়োজকে কয় যে এইবাৰৰ নকআউট পৰ্যায়ৰ খেলসমূহ ৯ এপ্ৰিললৈ চলিব আৰু প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ১৪ এপ্ৰিলত অনুষ্ঠিত হ’ব।

আনহাতে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন চামলিং, কমল থাতালৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ বহু ফুটবলাৰ উপস্থিত থাকিব বুলি আয়োজক সংস্থাই জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত ছিকিমৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিব আৰু বিজয়ী দলে নগদ এক লাখ আৰু বিজীত দলটোৱে লাভ কৰিব নগদ ৭০ হেজাৰ টকা।

আনহাতে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক পিণ্টছো চপেল ভূটীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অক্ষয় চাছডেৱা, গেংটক পৌৰ নিগমৰ অধ্যক্ষ আশীষ ৰয়ৰ লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd