• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত প্ৰথমবাৰৰ বাবে বাঘৰ পিয়ল আৰম্ভ কৰা হ’ব

ছভাপতি ছামম by ছভাপতি ছামম
February 4, 2018 9:11 am
05thtiger-678x381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ‘বাঘৰ মানচিত্ৰ’ত ৰাজ্যখনক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ হিচাপে প্ৰথমবাৰৰ বাবে মণিপুৰত বাঘৰ পিয়ল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশজুৰি প্ৰতি চাৰি বছৰৰ অন্তৰত আয়োজন কৰা অল ইণ্ডিয়া টাইগাৰ ইষ্টিমেশ্যনৰ (ব্যাঘ্ৰ গণনা)ৰ অংশ হিচাপে মণিপুৰকো এইবাৰ অন্তৰ্ভুক্ত কৰা হ’ব।

প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই অনুশীলনত অন্যান্য বিৰাটকায় মাংসহাৰী তথা তৃণভোজী জন্তুকো সামৰি লোৱা হ’ব বুলি ৰাজ্যৰ বন বিভাগৰ সূত্ৰই জানিব দিছে। বনাঞ্চলৰ প্ৰাকৃতিক ব্যৱস্থাটোত খাদ্য শৃংখলাৰ মূল প্ৰাণী হৈছে বাঘ আৰু ইয়াৰ উপস্থিতিয়ে বনত থকা প্ৰাণীসমূহৰ সুস্বাস্থ্যৰ লগতে বনত অন্যান্য সগোত্ৰীয় জন্তু তথা তৃণভোজী জন্তুৰ বাবে উপযোগী পৰিৱেশ সৃষ্টি কৰে।

Apply Now

যদি বাঘৰ উপস্থিতি লক্ষ্য কৰা যায় তেতিয়াহ’লে ৰাজ্যখনত ব্যাঘ্ৰ পৰ্যটন বিকাশত  ৰাজ্যখনৰ বাবে এক বিৰাট সাফল্য হ’ব বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে।

ৰাজ্যৰ বন বিভাগ এই বিষয়ক লৈ আশাবাদী যে যদি এই প্ৰাণীবিধ পোৱা যায় তেতিয়াহ’লে বিভাগে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ জৰিয়তে দেশৰ বিভিন্ন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘ আমদানি কৰিব পাৰিব।

ৰাজ্যখনত বাঘৰ উপস্থিতিৰ সম্ভাৱনা উল্লেখ কৰি সূত্ৰটোৱে কয় যে বিশেষকৈ টামেঙলঙ, উখ্ৰুল আৰু সেনাপতি জিলাত বাঘ বিচাৰি পোৱাৰ সম্ভাৱনা আছে।

বাঘৰ বিচৰণৰ খবৰ এই অঞ্চলবোৰৰ পৰা নিয়মিত লাভ কৰি থকা হৈছে।

বাঘৰ পিয়ল সুকলমে সম্পন্ন কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ আৰু ৰাজ্যিক বন বিভাগৰ যৌথ উদ্যোগত  শনিবাৰে ইম্ফলৰ বন বিভাগৰ কাৰ্যালয়ত এক তিনিদিনীয়া প্ৰশিক্ষণ শিৱিৰ মুকলি কৰা হয়।

শনিবাৰে উদ্বোধন কৰা প্ৰশিক্ষণ শিৱিৰটো ইম্ফল আৰু টামেঙলঙত ৫ ফেব্ৰুৱাৰীলৈকে চলিব।

ইয়াৰ পিছতে ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে অহা ৩১ মে’লৈকে টামেঙলঙ, উখ্ৰুল আৰু সেনাপতি জিলাত থাকিব আৰু স্থানীয় বনকৰ্মীৰ সহযোগত ৰাজ্যখনত বাঘৰ উপস্থিতিৰ হিচাপৰ কাম কৰিব।

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd