• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত কয়লা চিণ্ডিকেট চলা নাই বুলি মন্তব্য কৰা আৰক্ষী আয়ুক্ত হীৰেন নাথক উভতি ধৰিলে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2018 8:42 pm
প্ৰতিনিধিত্বমূলক ফটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা চিণ্ডিকেটৰাজৰ ওপৰত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা সংবাদমেলত কৃষক নেতা অখিল গগৈ সৰৱ হৈ পৰা পৰিলক্ষিত হয়।

কালি আৰক্ষী আয়ুক্ত হীৰেন নাথে গুৱাহাটীত কয়লা চিণ্ডিকেট চলি থকা নাই বুলি কৰা মন্তব্যক কেন্দ্ৰ কৰি অখিল গগৈয়ে কয় যে ১৯ জানুৱাৰীৰ দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইন উপদেষ্টা শান্তনু ভড়ালীয়ে আৰক্ষী আয়ুক্ত হীৰেন নাথকে কাষত বহুৱাই মহানগৰীত কয়লা চিণ্ডিকেট চলি থকা বুলি উল্লেখ কৰিছিল। লগতে তেওঁ গুৱাহাটীত ১৮ খন ট্ৰাক জব্দ আৰু এই চিণ্ডিকেটৰ সৈতে জড়িত ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছিল। এনে পৰিপ্ৰেক্ষিতত কালি আৰক্ষী আয়ুক্ত গৰাকীয়ে কৰা মন্তব্য অৰ্থহীন বুলি কৃষক নেতাজনে সদৰী কৰে। মাত্ৰ ৫ দিনৰ ব্যৱধানত হীৰেণ নাথে মহানগৰীত চিণ্ডিকেট নথকা বুলি কৈ কিহৰ বাবে চিণ্ডিকেট চক্ৰৰ হৈ ওকালতি কৰিছে বুলি কৃষক নেতাজনে প্ৰশ্ন উত্থাপন কৰে। এই ক্ষেত্ৰত হীৰেন নাথে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই মন্তব্য প্ৰদান কৰিছে নে নিজে কয়লা চিণ্ডিকেটৰ সৈতে জড়িত হৈ পৰিছে সেই কথা স্পষ্ট কৰাৰ বাবে অখিল গগৈয়ে দাবী জনায়। তদুপৰি হীৰেন নাথে কৰা মন্তব্যৰ ওপৰত ভিত্তি কৰি তদন্তৰ দাবী কৰে কৃষক নেতাজনে।

Apply Now

ইয়াৰ উপৰি যোৱা ২০ জানুৱাৰীৰ দিনা কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। কিন্তু বৰ্তমান পৰ্যন্ত গোচৰটো পঞ্জীয়ন কৰা হোৱা নাই বুলি বুলি কৃষক নেতাজনে এক অভিযোগ আনে। এই ক্ষেত্ৰত তেওঁ স্পষ্ট ৰূপত উল্লেখ কৰে যে বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ালৈ কালি কৃষক নেতাজনে ফোনযোগে গোচৰটো পঞ্জীয়ন হৈছেনে নাই সোধাত আৰক্ষী বিষয়াজনে নাই হোৱা বুলি কয়। লগতে কিহৰ বাবে এই গোচৰটো পঞ্জীয়ন কৰা হোৱা নাই বুলি কৃষক নেতাজনে কৰা প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়াজনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁলোকে এটা গোচৰ এসপ্তাহ পৰ্যন্ত পঞ্জীয়ন নকৰাকৈ থাকিব পাৰে বুলি কয়। ইয়াৰ উপৰি এই গোচৰটো পঞ্জীয়ন কৰা নহ’ব বুলি অখিল গগৈলৈ এক জাননী প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া বুলি আজিৰ সংবাদমেলত কৃষক নেতাজনে সদৰী কৰে। এই কথা গগৈয়ে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালীক অৱগত কৰাৰ পিছত তেওঁ গোচৰটো পঞ্জীয়ন কৰাৰ আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

তদুপৰি কৃষক নেতাজনে চৰকাৰৰ ছত্ৰছায়াত কিছুসংখ্যক দুষ্ট চক্ৰই অবাধে তথা নিৰ্ভয়ে এই কয়লা চিণ্ডিকেট চলাই নিয়া বুলি এক অভিযোগ তোলে। মহানগৰীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিণ্ডিকেটৰাজ চলি থকা বুলি দাবী কৰে কৃষক নেতাজনে। এই ক্ষেত্ৰত উদাহৰণ হিচাপে কিছুদিন পূৰ্বে কাছাৰত জব্দ হোৱা ২১৮ খন ট্ৰাকৰ কথা উল্লেখ কৰে। এই জব্দ কৰা ট্ৰাক সমূহৰ পৰা ৪০ লাখ টকা প্ৰশাসনে আদায় কৰাৰ এক অভিযোগ আনে নেতাজনে।

উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত বিজেপিৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নেতৃত্বত মাৰ্ঘেৰিটাত কয়লা চিণ্ডিকেট চলি থকা বুলি কৃষক নেতা অখিল গগৈয়ে স্পষ্টৰূপত উল্লেখ কৰে।

আনহাতে প্ৰতিবেগ চিমেন্টৰ ৭ টকাকৈ মূল্যবৃদ্ধিৰ আঁৰত চিণ্ডিকেটৰাজ জড়িত থকা বুলিও কৃষক নেতাজনে মন্তব্য কৰে। নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বোজা কঢ়িওৱা চিমেন্ট ভৰ্ত্তি ট্ৰাকসমূহ জব্দ হোৱা বাবে চিমেন্ট কোম্পানীয়ে চিমেন্টৰ মূল্য বৃদ্ধি কৰা বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd