• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা সকলক উদ্যোগমুখী কৰি তুলিবলৈ ২৯-৩০ জানুৱাৰীত মহিলা উদ্যোগী সমাৱৰ্তন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2018 10:23 pm
প্ৰতিনিধিত্বমূলক ফটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বায়নৰ যুগত বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমান্তৰালকৈ মহিলাসকলেও অৰিহণা যোগাই অহা পৰিলক্ষিত হৈছে। ঔদ্যোগিক খণ্ডতো পুৰুষৰ সৈতে সমানে খোজ মিলাই মহিলাসকলে যোগদান কৰি আহিছে। সেই উদ্দেশ্যে অহা ২৯-৩০ জানুৱাৰীত ভাৰতীয় উদ্যমিত প্ৰতিষ্ঠান(আই আই ই) ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত মহিলাসকলক ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে এখনি উদ্যোগী সমাৱৰ্তন আয়োজন কৰা হ’ব বুলি সংস্থাৰ সভাপতি মনোজ কুমাৰ দাসে আজি এক সংবাদমেল যোগে সদৰী কৰে।

আজিৰ সংবাদমেলত তেওঁ জানিবলৈ দিয়া মতে বিশ্বৰ উদ্যোগীসকলৰ ভিতৰত এক তৃতীয়াংশই হৈছে মহিলা। তৎস্বত্বেও মহিলাসকল উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এই প্ৰত্যাহ্বান সমূহৰ ভিতৰত ধাৰণা সৃষ্টি, ঋণৰ সুবিধা, বজাৰ সংযোগীকৰণ আৰু সময় ব্যৱস্থাপনা বুলি তেওঁ আজিৰ সংবাদমেলত উল্লেখ কৰে। আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এনেকুৱাধৰণৰ সমাৱৰ্তন অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Apply Now

লক্ষণীয় যে চি আই আইৰ মূৰব্বী ড০ পৰ্ণা বৰুৱাই আজিৰ সংবাদমেলত জানিবলৈ দিয়া অনুসৰি নতুন খণ্ড আৰু সম্ভাৱনীয়াসমূহ উদ্ভাৱনৰ বাবে মহিলা উদ্যোগীসকলক তেওঁলোকে এখন মঞ্চ দিয়াৰ বাবে প্ৰয়াস কৰিছে। মহিলা উদ্যোগী সকলে কেনেধৰণৰ সুবিধা সমূহ লাভ কৰিব পাৰে সেই বিষয়ে অৱগত কৰোৱাৰ বাবে বেংকাৰৰ এখন বৈঠকো আয়োজন কৰিব বুলি আজিৰ সংবাদমেলত সদৰী কৰে।

ড০ বৰুৱাই উল্লেখ কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলা উদ্যোগী সকলক এখন মঞ্চত একত্ৰিত কৰোৱাৰ বাবে এই মহিলা সমাৱৰ্তনৰ আয়োজন কৰিছে যাতে এগৰাকী মহিলাই আন এগৰাকী মহিলাৰে বাৰ্তালাপ কৰি উদ্যোগ স্থাপনৰ বাবে নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিব পাৰে।

উল্লেখ্য যে এই সমাৱৰ্তনৰ মুখ্য উদ্দেশ্য চাৰিটা : বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত ন-ন ধাৰণা উদ্ভাৱন কৰা, ব্যৱসায়িক ধাৰণা বৃদ্ধি কৰা, ব্যৱসায়িক পৰিকল্পনাৰ উদ্দেশ্যসমূহ নিৰীক্ষণ কৰা আৰু নেটৱৰ্ক সৃষ্টি কৰা। এই কথা জানিবলৈ দিয়ে সংস্থাৰ মুৰব্বী ড০ বৰুৱাই। এই সমাবৰ্তনৰ সময়তে বিভিন্ন শিতানৰ ওপৰত বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব।

এই সমাৱৰ্তন খনত এছিয়ান ৱ’মেন এন্টাৰপ্ৰিনিয়ৰ অধ্যক্ষা বিনীতা বিমভেট, উদ্যোগী নিশা বৰা, আই আই এম শ্বিলং ব’ৰ্ড অৱ গৱৰ্নেন্স ছ’চাইটীৰ সদস্য অতুল কুলকাৰ্নি, এল টি এ একাডেমীৰ সঞ্চালক বিজু নায়াৰে বিভিন্ন দিশৰ উপৰত প্ৰশিক্ষণ আগবঢ়াব।

এই সমাৱৰ্তনখন আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ পৰা সাহায্য লাভ কৰাৰ কথা জানিবলৈ দিয়ে সংস্থাৰ সভাপতি মনোজ কুমাৰ দাসে। আনহাতে তেওঁ জানিবলৈ দিয়া মতে ২৯ জানুৱাৰীৰ বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্যোগী মহিলাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। লগতে এই অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ উপস্থিত থাকিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd