• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত বন্দুক দেখুৱাই বিজেপি নেতাৰ পৰা ডকাইতে নিলে গহনা, টকা আৰু ম’বাইল ফ’ন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 11:22 pm
Meghalaya BJP leader

ডকাইতৰ কবলত পৰা বিজেপি নেতা বিনয় ঘোষ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰ এটা চাঞ্চল্যকৰ ঘটনাত মেঘালয়ৰ ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গপতুলি অঞ্চলত ডকাইতে বন্দুক দেখুৱাই বিজেপিৰ এজন নেতা তথা বিগত নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা বিনয় ঘোষৰ পৰা গহনা, টকা-পইচা আৰু ম’বাইল ফোন কাঢ়ি নিয়ে। জানিব পৰামতে, সেই সময়ত নেতাজনে তেওঁৰ ফুলবাৰীত থকা ঘৰলৈ গৈ আছিল।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, ডকাইতকেইজনে ঘোষক এজন ব্যৱসায়ী বুলি জনা নাছিল আৰু এই অজ্ঞতাৰ সুযোগ লৈ তেওঁ নিজকে এজন শিক্ষক বুলি পৰিচয় দি কিছু সকাহ লাভ কৰে।

Apply Now

“মই শ্বিলঙৰ পৰা ঘূৰি ঘৰলৈ আহি আছিলো আৰু গপতুলি গাৱঁৰ ওচৰ পাইছিলো। ৰাস্তা বেয়া আৰু বনৰীয়া হাতীৰ ভয় থকা বাবে আমি লাহে লাহে আহি আছিলো। তেনেকুৱাতে হঠাতে বন্দুক লোৱা ৬জন লোকে আমাৰ গাড়ীখন আগচি ধৰে আৰু আমাক গাড়ীৰ পৰা ওলাই আহিবলৈ নিৰ্দেশ দিয়ে।” ঘোষে ঘটনাৰ বিৱৰণ দি কয়।

ঘোষে লগতে কয়, “মোৰ হাতত ২৫ হাজাৰ টকা আছিল আৰু এইখিনি মই তেওঁলোকক দি দিলো। তেওঁলোকে আমাৰ পৰা সোণৰ গহনাবোৰো আঁজুৰি লৈ যায়। তেওঁলোকে মোৰ আৰু মোৰ গাড়ীচালকৰ লগতে সহযাত্ৰী উত্তম দাসৰ ম’বাইল ফোনকেইটাও লৈ যায়। মোৰ বেগত থকা দুটা এইচ্ছ পি টেবলেটো লৈ যায়। তেওঁলোকে আমাক ফোনকেইটাৰ পৰা ছিম কাৰ্ডকেইটা উলিয়াই ৰাখিবলৈ কয়। কিন্তু যিহেতু যথেষ্ট পোহৰ নাছিল, গতিকে এইটো কৰা কঠিন আছিল। আমি এটাকৈ ছিমকাৰ্ড উলিয়াওঁতেই তেওঁলোকে আকৌ ফোনকেইটা টানি লৈ যায়।”

ডকাইতকেইজনে তেওঁলোকৰ বাবে আন এখন গাড়ী নহালৈকে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়ে। পিছত তেওঁলোকে সেই স্থানৰ পৰাই আৰক্ষীক খবৰ দিয়ে।

জানিব পৰামতে, উক্ত অঞ্চলটোৰ আশে-পাশে সচৰাচৰ চি আৰ পি এফৰ জোৱানৰ তহল থকা দেখা যায়। কিন্তু উক্ত সময়ত সেয়া নাছিল। ঘটনা সন্দৰ্ভত বিজেপি নেতাজনে পশ্চিম গাৰোপাহাৰ জিলাৰ ফুলবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

ঘটনাৰ পিছত স্থানীয় লোকে অঞ্চলটোত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে, যাতে সক্ৰিয় হৈ উঠা এনেকুৱা ডকাইতৰ পৰা যাত্ৰীসকল সুৰক্ষিত হয়।

উল্লেখযোগ্য যে অলপতে নিৰ্বাচন হৈ যোৱা ৰাজ্যখনত বিজেপিও চৰকাৰৰ অংশীদাৰ। ঘোষে ফুলবাৰী সমষ্টিৰ পৰা দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd