• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মেঘালয়ৰ বিদ্ৰোহী কংগ্ৰেছী বিধায়কে উভতি ধৰিলে মুখ্য মন্ত্ৰী মুকুল চাংমাক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মেঘালয়ৰ বিদ্ৰোহী কংগ্ৰেছ বিধায়ককেইজনে কৈছে যে তেওঁলোকে কেতিয়া কংগ্ৰেছ দল এৰিব লাগে সেই সম্পৰ্কত মুখ্য মন্ত্ৰী মুকুল চাংমাৰ পৰা কোনো পৰামৰ্শ লোৱাৰ প্ৰয়োজন হোৱা নাই। উল্লেখযোগ্য যে মুকুল চাংমাই কিছু দিনৰ আগতে দলৰ বিদ্ৰোহী বিধায়ককেইজনক দল ত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। আজি বিদ্ৰোহী নেতাকেইজনে তাৰে প্ৰত্যুত্তৰ হিচাপে এই মন্তব্য কৰে। ‘আমি উপযুক্ত সময়ত পদত্যাগ কৰিম, তেওঁ কিয় হস্তক্ষেপ কৰিব? তেওঁ আমাক পৰামৰ্শ দিব নালাগে। আমি পৰিপক্ব আৰু যথেষ্ট জ্ঞান আছে। গতিকে তেওঁ আমাক এইটো কৰ, সেইটো কৰ ক’ব নালাগে। কাৰণ তেওঁ আৰু এতিয়া আমাৰ নেতা হৈ থকা নাই।’ এইদৰে কয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰেছট’ন টাইনছঙে। টাইনছঙৰ সৈতে সেই সময়ত প্ৰাক্তন উপ মুখ্য মন্ত্ৰী ৰ’ৱেল লিংডোও আছিল, যিজনেও কংগ্ৰেছ ত্যাগ কৰাৰ পথত। তেওঁলোকে শীতকালীন বিধানসভাৰ অধিৱেশনৰ পিছতেই পদত্যাগ কৰিব নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত কয়, ‘আমি খুব সোনকালেই পদত্যাগ কৰিম।’ টাইনছং আৰু ৰ’ৱেলৰ উপৰি দলত্যাগ কৰিবলৈ ওলোৱা আন আন কংগ্ৰেছী বিধায়ককেইজন হ’ল প্ৰাক্তন মন্ত্ৰী কমিংগ’ন য়িমব’ন, দুই ভাতৃ ক্ৰমে এনগেইটলাং ধাৰ আৰু স্নিয়াভালাং ধাৰ আৰু নিলম্বিত কংগ্ৰেছ বিধায়ক পিনছগেইনলাং এন ছিয়েম। ইয়াৰ টাইনছং, ৰ’ৱেল, কমিংগ’ন আৰু ধাৰ ভাতৃদ্বয়ে এন পি পি (National People’s Party) দলত যোগদান কৰাৰ কথা। আৰু পিনছগেইনলাঙে নৱগঠিত পি ডি এফ (People’s Democratic Front) ত যোগদান কৰাৰ কথা। উল্লেখযোগ্য যে ৬০জনীয়া মেঘালয় বিধানসভাত শাসনাধিষ্ঠিত কংগ্ৰেছৰ বৰ্তমান ৩০ জন বিধায়ক আছে। বৰ্তমানৰ বিধানসভাখনৰ কাৰ্য্যকাল অহা ৬ মাৰ্চত অন্ত পৰিব আৰু সেইবাবে অহা বছৰৰ ফেব্ৰুৱাৰি-মাৰ্চত নিৰ্বাচন হোৱাৰ কথা। চলিত বিধান সভাৰ অন্তিমখন ডিচেম্বৰ ৮ তাৰিখে আৰম্ভ হৈছিল আৰু অহা বুধবাৰে পুনৰ আৰম্ভ হৈ বৃহস্পতিবাৰে শেষ হ’ব।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd