• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী দিৱস কাৰ্যসূচীয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক এক নতুন মাত্ৰা প্ৰদান কৰিলে: সমুজ্জ্বল ভট্টাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 12:04 pm
জ্যোতিপ্ৰসাদ আগৰৱালা
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে শিল্পী দিৱসৰ দিনা সমগ্ৰ ৰাজ্যই স্মৰণ কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক।

শিল্পীগৰাকীৰ জন্মস্থান তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাই যোৱা ১৫ জানুৱাৰিৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাবে শিল্পী দিৱসৰ আয়োজন কৰে।

Apply Now

বিশ্বনাথৰ ঐতিহাসিক কমলাকান্ত ক্ষেত্ৰত আয়োজিত শিল্পী দিৱসৰ কালি অন্তিম দিনাৰ কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ত ৰূপকোঁৱৰৰ নামত আসন সংৰক্ষণ কৰাৰ লগতে শিল্পীগৰাকীৰ নামত অসম চৰকাৰক এটা গৱেষণাগাৰ স্থাপন কৰাৰ বাবে আহ্বান জনায়।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে পতাকা উত্তোলন কৰা কাৰ্যসূচীটোত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জ্যোতিপ্ৰসাদৰ স্মৃতি বিজড়িত ঐতিহাসিক শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এই  শিল্পী দিৱস কাৰ্যসূচীয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক এক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি মন্তব্য কৰে।

১৯৩৫ চনতে বোলছবি নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাক দাদা চাহেব  ফাল্কে বঁটা প্ৰদান নকৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ভট্টাচাৰ্যই তেওঁক এই বটাঁ প্ৰদানৰ দাবী জনায়। জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ দৰে শিল্পীক আজিও ৰজাঘৰে প্ৰকৃত মৰ্যাদা প্ৰদান কৰা নাই বুলি তেওঁ আক্ষেপ কৰে।

বড়ো, কাৰ্বি, চাহ জনজাতি , উড়িয়া, নেপালী আদি সাংস্কৃতিক দলে বাৰেৰহনীয়া অনুষ্ঠান পৰিবেশন কৰা কালিৰ কাৰ্যসূচীত আছুৰ নেতৃবৃন্দই বৃহত্তৰ  বিশ্বনাথ চাৰিআলিৰ কেইবাখনো গাঁৱৰ গায়ন-বায়নক লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা জিলাখনৰ কেইবাগৰাকী শিল্পী তথা সাংস্কৃতিক কৰ্মীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

জ্যোতিপ্ৰসাদৰ কন্যা জয়শ্ৰী চলিহাই আদৰণী ভাষণত তেওঁৰ প্ৰয়াত পিতৃৰ কৰ্মৰাজিৰ এক আভাস  দাঙি ধৰে। অনুষ্ঠানটোত অসমীয়া লোক সংগীতৰ গৱেষক ডঃ অণিমা চৌধুৰীয়ে বক্তৃতা আগবঢ়োৱাৰ লগতে বিশ্বনাথ জিলাৰ প্ৰাক্তন উপায়ুক্ত আশুতোষ চক্ৰৱৰ্তীয়ে কেন্দ্ৰীয় শিল্পী দিৱসৰ লগতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘অতীত অন্বেষণ‘ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd