• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মিজোৰাম

শীৰ্ষস্থানৰ পাঞ্জাব মিনাৰ্ভাক হৰুৱাই আইজল এফ চিয়ে দিলে ঘৰুৱা দৰ্শকক বৰদিনৰ উপৰঞ্চি উপহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 9:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আইজলৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত আইজল এফ চিয়ে আই লীগৰ এখন গুৰুত্বপূৰ্ণ খেলত পাঞ্জাবৰ পাঞ্জাব মিনাৰ্ভা এফ চিক ২-১ গলত হৰুৱাই ঘৰুৱা দৰ্শকক খ্ৰীষ্টমাছৰ উপৰঞ্চি আনন্দ দিয়ে। আৰম্ভণিৰ পৰাই যথেষ্ট আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰা মিজো দলটোৱে পইণ্ট তালিকাৰ শীৰ্ষত থকা পাঞ্জাবৰ দলটোক অবিৰতভাৱে চাপত ৰাখিছিল। গেলাৰিৰ পৰা অহৰহ অহা ঘৰুৱা দৰ্শকৰ সমৰ্থন হৈ পৰিছিল তেওঁলোকৰ বাবে অতিৰিক্ত শক্তিৰ দৰে। প্ৰথম অৰ্ধত সুযোগ ল’ব নোৱাৰিলে যদিও ঘৰুৱা দলটোৱে দ্বিতীয় অৰ্ধত দুবাৰকৈ আঘাত কৰে প্ৰতিপক্ষৰ শিবিৰত। ৭২ মিনিটত কৰীম অ’ম’লাজা আৰু ৮৫ মিনিটত আন্দ্ৰেই ল’নেস্কই গল দুটা দি ঘৰুৱা দৰ্শকৰ মুখত হাঁহি বিৰিঙায়। পাঞ্জাব মিনাৰ্ভাৰ হৈ গিৰিক খোচলাই অতিৰিক্ত সময়ত (90’+5) এটা গল পৰিশোধ কৰে। এই জয়েৰে আইজল দলটোৱে ঘৰুৱা খেলপথাৰতে লাজঙৰ হাতত পৰাজয়ৰ দুখ মোচন কৰিলে। আজি মূল একাদশত চাৰিটাকৈ সালসলনি কৰা দলটোৰ ডেভিড ৰিনমুৱানাই কেইবাটাও সুযোগ সৃষ্টি কৰা দেখা গৈছিল। আচলতে আজি তেৱেঁ হৈ পৰিছিল পাঞ্জাব দলটোৰ ডিফেণ্ডাৰসকলৰ বাবে মূৰৰ কামোৰনি স্বৰূপ। অৱশ্যে ৰিনমুৱানাই কেইবাটাও সুযোগ সৃষ্টি কৰিলেও গল অহা নাছিল প্ৰথম অৰ্ধত। ২০ মিনিটত তেওঁ দিয়া এটা নিখুঁত পাছ দলটোৰ আফগানী ডিফেণ্ডাৰে ছাইঘানীয়ে নেটত প্ৰৱেশ কৰিছিল যদিও ৰেফাৰিয়ে সেয়া নাকচ কৰে। ফলত গলশূন্যভাৱে প্ৰথম অৰ্ধ সমাপ্ত হয়।

দ্বিতীয় অৰ্ধত অধিক উজ্জীৱিত খেলেৰে আইজল দুটাকৈ স্ক’ৰ কৰিবলৈ সক্ষম হয়। ডেভিড ৰিনমুৱানাই আগ বঢ়াই দিয়া এটা চুটি কৰ্নাৰ পাছক গললৈ পৰিৱৰ্তন কৰে কৰীম নুৰেইনে।

Apply Now

তাৰ ঠিক দহ-বাৰ মিনিটৰ পিছতে আনটো গল দিয়ে আন্দ্ৰেই ল’নেস্কুৱে।

আনহাতে গোটেই খেলখনৰ সম্পূৰ্ণ ৯০ মিনিট দৰ্শকে তেওঁলোকৰ স্বতঃস্ফূৰ্ত উল্লাস প্ৰকাশ কৰি ঘৰুৱা দলটোক উৎসাহিত কৰি গৈছিল। আজিৰ স্পষ্ট জয়ৰ জৰিয়তে দলটো পইণ্ট তালিকাৰ ৬ষ্ঠ স্থানলৈ আগ বাঢ়ে। তেওঁলোকে চাৰিখন খেলৰ পৰা ৭ পইণ্ট পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd