• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান এনএইচপিচিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 8:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সেউজ  ন্যায়াধীকৰণে  দিয়া শেহতীয়া এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই এনএইচপিচিয়ে পুনৰ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈছে।  যোৱা ২০১৭ চনৰ ১৬ অক্টোবৰত সেউজ ন্যায়াধীকৰণৰ কলকাতা খণ্ড বিচাৰপীঠে দিয়া নিৰ্দেশটোক এনএইচ পিচিয়ে প্ৰত্যাহ্বান জনাইছে।

সেউজ ন্যায়াধীকৰণে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত থকা জটিলতাসমূহ স্থানীয় লোকৰ সৈতে আলোচনা কৰি নিস্পত্তি কৰিবলৈ এখন তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছিল।

Apply Now

এনএইচপিচিয়ে নামনি সোৱণশিৰি প্ৰকল্প সম্পৰ্কত স্থানীয় লোকৰ সৈতে কোনোধৰণৰ আলোচনা কৰিবলৈ আগ্ৰহী নহয়।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত চলি থকা গোচৰৰ শুনানি গ্ৰহণ কৰি সেউজ ন্যায়াধীকৰণৰ কলকাতাৰ খণ্ড বিচাৰপীঠে যোৱা ২০১৭ ৰ ১৬ অক্টোবৰত দিয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশৰ ভিত্তিত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে সেই বছৰৰে ২৭ নৱেম্বৰত তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰে।

বন আৰু পৰিৱেশ মন্ত্ৰালয়ে গঠন কৰি দিয়া তিনিজনীয়া বিশেষজ্ঞ সমিতিৰ প্ৰথমখন বৈঠক যোৱা ২০১৭ ৰ ২১ ডিচেম্বৰত অনুষ্ঠিত হয়।

এনএইচপিচিয়ে এই সকলো নস্যাৎ কৰি সেউজ ন্যায়াধীকৰণে তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ বাবে দিয়া নিৰ্দেশটোক প্ৰত্যাহ্বান জনাই পুনৰ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈছে।

এনএইচপিচিৰ এই আবেদনখন যোৱা ১৯ জানুৱাৰীত বিচাৰৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এনএইচপিচিৰ মতে বৰ্তমান নতুন বিশেষজ্ঞ সমিতি গঠনৰ কোনো প্ৰয়োজনেই নাই। তেওঁলোকৰ মতে নামনি সোৱণশিৰি প্ৰকল্পৰ সকলোবোৰ দিশ এক্সপাৰ্ট এপ্ৰাইজেল কমিটি বা কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে চোৱাচিতা কৰিব।

এনএইচপিচিয়ে কৰা আবেদনখনত নতুন বিশেষজ্ঞ কমিটি গঠনৰ জৰিয়তে চলাব বিচৰা নতুন অধ্যয়নে প্ৰক্ৰিয়াটোত বিলম্বহে ঘটাব বুলি উল্লেখ কৰিছে।

আবেদনখনত তেওঁলোকে উল্লেখ কৰিছে যে ২০০২ চনৰ ডিচেম্বৰত ৬২৮৫.৩৩ কোটি টকা ব্যয় নিৰ্দ্ধাৰণ কৰা প্ৰকল্পটোৰ ব্যয় ২০১৭ চনৰ এপ্ৰিললৈ ১৮,০০০ কোটি টকাতকৈয়ো অধিক হৈছে।

এনে ব্যয়ৰ সমান্তৰালকৈ বিদ্যুতৰ প্ৰতি ইউনিটৰ উৎপাদন ব্যয়ো বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এনএইচপিচিয়ে কৈছে যে নতুন অধ্যয়নৰ বাবে সময় ল’লে উৎপাদন ব্যয় অধিক বৃদ্ধি পাব।

এনে কৌশলপূৰ্ণ স্থিতি প্ৰদৰ্শন কৰি এনএইচপিচিয়ে সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ প্ৰতিহত কৰিব বিচাৰিছে যদিও সেউজ ন্যায়াধীকৰণে এই ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd