• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থানীয় মহিলাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা মেজৰ লিটুল গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 12:15 pm
Leetul-gogoi-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নামৰূপত জন্মগ্ৰহণ কৰা তথা ৫৩ ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ লিটুল গগৈক সেনা অনুসন্ধান অদালতে দোষী সাব্যস্ত কৰাৰ সম্ভৱনা আছে। তেওঁ সেনা বাহিনীৰ নীতি উলংঘা কৰি কাশ্মীৰৰ এগৰাকী স্থানীয় মহিলাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাবে তেওঁৰ ওপৰত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি এটা সূত্ৰৰ প্ৰতিৱেদনত প্ৰকাশ।

সেনা অনুসন্ধান অদালতৰ সূত্ৰই জনাইছে যে মেজৰ লিটুল গগৈ অতি কমেও দুটা দোষত দোষী। এটা হৈছে কৰ্তব্যৰত অৱস্থাত কৰ্তব্য স্থানৰ পৰা দূৰলৈ যোৱা আৰু আনটো হৈছে এগৰাকী স্থানীয় সূত্ৰ মহিলাৰ সৈতে বন্ধুত্ব গঢ়ি তোলা।

Apply Now

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিৱেদনত প্ৰকাশ পাইছে যে সেনা অনুসন্ধান অদালতে মাৰ্চৰ ২৩  তাৰিখে মেজৰ গগৈক শ্ৰীনগৰৰ এখন হোটেলত প্ৰত্যক্ষ কৰিছিল। হোটেল গ্ৰেণ্ড মমতাৰ কৰ্মচাৰীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ পাছত তাৰ পাছত  তেওঁৰ সংগী মহিলাগৰাকী আৰু ছমিৰ আহমেদ নামৰ এজন সেনাৰ লোকসহ মেজৰ গগৈক শ্ৰীনগৰৰ এখন থানাত জেৰা কৰা হৈছিল।

যোৱা মে’ৰ ৩১ তাৰিখে জম্মু কাশ্মীৰ আৰক্ষীয়ে শ্ৰীনগৰ আদালতক জনাইছিল যে লিটুল গগৈ, হোটেলৰ মালিক অথবা মহিলাগৰাকী কাৰো বিৰুদ্ধেই গোচৰ ৰুজু কৰা হোৱা নাই। ব্ৰিগেডিয়াৰৰ অধীনত গঠিত হোৱা সেনা অনুসন্ধান অদালতে মেজৰ গগৈ, মহিলাগৰাকী আৰু গোচৰটোৰ সৈতে জড়িত সংশ্লিষ্ট সেনা বিষয়াসকলৰ সাক্ষ্য গ্ৰহণ কৰে। সূত্ৰই জনাইছে যে অনুসন্ধানত লাভ কৰা তথ্যসমূহ মেজৰ জেনেৰেলৰ পৰামৰ্শক্ৰমে গ্ৰহণ কৰা হৈছে আৰু এতিয়া ১৫ কৰ্পছৰ কামাণ্ডাৰৰ অনুমোদনলৈ অপেক্ষা কৰি থকা হৈছে। অতি শীঘ্ৰেই অনুমোদন লাভ কৰা হ’ব বুলি সূত্ৰটোৱে জনাইছে।

১৫ কৰ্পছৰ কামাণ্ডাৰৰ অনুমোদন লাভ কৰাৰ পাছত সেনা কৰ্তৃপক্ষই সেনা আইনৰ অধীনত মেজৰগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। তাৰ পাছত তেওঁলোকে হয়োত মেজৰ গগৈক শাস্তি দিয়া অথবা তেওঁৰ বিচাৰ চলোৱাৰ বাবে সেনা আদালত আহ্বান কৰিব পাৰিব।

সূত্ৰই জনাইছে যে আনুষ্ঠানিকভাৱে গোচৰ সমাপ্ত হোৱাৰ পূৰ্বে সেনা অনুসন্ধান অদালতৰ এই বিষয়ত কোনো মন্তব্য দিয়াৰ এক্তিয়াৰ নাই।  এই সম্পৰ্কে ২৬ মে’ত পাহালগামত জেনেৰেল বিপিন ৰাৱটে কৈছিল যে দোষী সাব্যস্ত হ’লে মেজৰ লিটুল গগৈক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব।

উল্লেখ্য যে শ্ৰীনগৰত যোৱা বছৰ মেজৰ গগৈয়ে উপ নিৰ্বাচনৰ পূৰ্বে শিল দলিওৱা সকলৰ বিৰুদ্ধে এগৰাকী ব্যক্তিক জীপত বান্ধি মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা কাৰ্যক জেনেৰেল বিপিন ৰাৱটে সমৰ্থন কৰিছিল। এই কামৰ বাবে মেজৰ গগৈক জেনেৰেল ৰাৱটে ‘চীফ অব আৰ্মি ষ্টাফ কমেণ্ডেশ্যন কাৰ্ড’ প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰততে তীব্ৰ বিতৰ্কৰ ঢৌ উঠিছিল।

উল্লেখ্য যে ডিব্ৰুগড়ৰ পৰা ৮০ কি: মি: দূৰত্বত অৱস্থিত মেজৰ গগৈৰ গৃহ চহৰ নামৰূপ অতীতত আলফাৰ ডেৰা হিচাপে পৰিগণিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm
চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd