• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসৰ দিনা শুভমুক্তি পাব ৰীমা কাগতি পৰিচালিত ছবি ‘গ’ল্ড’

নবাৰুণ গুহ by নবাৰুণ গুহ
February 6, 2018 2:40 pm
Akshay Kumar starer movie Gold
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰীমা কাগতিয়ে পৰিচালনা কৰা নতুন হিন্দী ছবি ‘গ’ল্ড’ মুক্তিৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। ১৫ আগষ্ট তথা স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ সকলো ছবিগৃহতে উপলব্ধ হ’ব বহু অপেক্ষাৰত এই ছবিখন।

খেল তথা খেলুৱৈৰ জীৱনকলৈ নিৰ্মাণ কৰা বলিউডৰ ছবিসমূহ সদায় জনপ্ৰিয়তাৰ শিখৰত থকা পৰিলক্ষিত হয়। সেই দিশৰ পৰা চাব গ’লে ৰিমা কাগতিৰ এই ‘গ’ল্ড’ ছবিখনো এখন খেলুৱৈৰ জীৱনক লৈ নিৰ্মিত ছবি।

Apply Now

ছবিখনত প্ৰথমবাৰৰ বাবে স্বাধীন ৰাষ্ট্ৰ হিচাপে ১৯৪৮ চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু হকী খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো দেখুওৱা হৈছে।। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে।

উল্লেখযোগ্য যে সোমবাৰে মুকলি কৰা ছবিখনৰ প্ৰথমটো বিজ্ঞাপনে ছবি অনুৰাগী সকলৰ মাজত বেছ উৎকণ্ঠাৰ সৃষ্টি কৰা দেখা গৈছে। আনহাতে, ‘অভি টক ইণ্ডিয়া ছুপ থা, অৱ হম লোগ বোলেগা ঔৰ দুনীয়া ছুনেগা’ শীৰ্ষক শক্তিশালী ত্যাগলাইন প্ৰয়োগ কৰাও দেখা গৈছে।

ফাৰহান আখতাৰ আৰু ৰিতেশ চিধৱানিয়ে প্ৰযোজনা কৰিবলগীয়া ছবিখনত কুনাল কাপুৰ, অমিত ছাধ, বিনীত সিঙৰ লগতে বহুতো প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

পৰিচালক কাগতিয়ে ছবিখনৰ সন্দৰ্ভত কয়, ‘ছবিখনত কি হয় সেয়া সম্পূৰ্ণ কাল্পনিক। আৰু ছবিখনত একমাত্ৰ সোণৰ পদকৰ জয়যাত্ৰায়ে দেখুওৱা নহয়, ছবিখনে ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ ১২টা বছৰৰ বিষয়য়েও উপস্থাপন কৰিব’।

ছবিখন সুন্দৰকৈ উপস্থাপন কৰিবলৈ তথা হকীখেলৰ দৃশ্যসমূহ মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যে অভিনেতাসকলক অৰ্জুন বঁটা বিজয়ী ভাৰতীয় হকী দলৰ প্ৰাক্তন খেলুৱৈ তথা অধিনায়ক সন্দীপ সিঙৰ ওচৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়া বুলিও জানিবলৈ দিয়ে।

গুৱাহাটীৰ পৰা হিন্দী ছবি জগতলৈ যোৱা ৰিমা কাগতিয়ে সহ পৰিচালক হিচাপে জীৱনৰ আৰম্ভণি কৰিছে জনপ্ৰিয় হিন্দী ছবি ‘দিল চাহতা হে’, ‘লক্ষ্য’ আৰু ‘লাগান’ৰ জৰিয়তে।

স্মৰ্তব্য যে জনপ্ৰিয় কমেডী ছবি হনিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেডৰ জৰিয়তে কাগতিয়ে পৰিচালক জীৱনৰ আৰম্ভণি কৰিছিল। তেওঁ পৰিচালনা কৰা আটাইতকৈ সফল ছবিখন হৈছে আমিৰ খান, কৰীণা কাপুৰ, ৰাণী মুখাৰ্জী আৰু নৱাজুদ্দিন চিদ্দিকী অভিনীত তালাছ।

নবাৰুণ গুহ

নবাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd