• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন পৰিদৰ্শন কৰি আপ্লুত জিলা উপায়ুক্ত

পঙ্কজ কুমাৰ দেৱ by পঙ্কজ কুমাৰ দেৱ
December 27, 2017 9:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
মঙ্গলবাৰে হাফলং চৰকাৰী বাগানস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকাই। সোতৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰি ডিমা হাচাও জিলাৰ উপায়ুক্ত তথা হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ চেয়াৰমেন দেবজ্যোতি হাজৰিকা আপ্লুত হৈ পৰে। মঙ্গলবাৰে আবেলি বিদ্যালয়খনৰ এখন বিশেষ সভাত ভাগ লোৱাৰ পূৰ্বে তেওঁ নতুনকৈ নিৰ্মাণ হোৱা বিদ্যালয় ভৱনটো পৰিদৰ্শন কৰে। নবনিৰ্মিত বিদ্যালয় ভৱন পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা জিলা উপায়ুক্ত হাজৰিকাই কয় যে ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা কেন্দ্ৰীয় বিদ্যালয় ভৱনকৈ হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱন যথেষ্ট ভাল হৈছে। দেবজ্যোতি হাজৰিকা উপস্থিতিত সভাখনত বিদ্যালয়খনৰ বিভিন্ন সমস্যা উত্থাপিত হোৱাৰ লগতে জিলা উপায়ুক্ত গৰাকীয়ে উক্ত সমস্যা সমূহ  সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ বিশেষকৈ বিদ্যালয়খনত খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণৰ উপৰি স্থায়ী অধ্যক্ষ নিযুক্তিক লৈ কেন্দ্ৰীয় বিদ্যালয়ৰ কমিচনাৰ কাৰ্যালয়ত হেঁচা দিয়াৰ কথা কয়। উল্লেখযোগ্য যে হাফলং কেন্দ্ৰীয় বিদ্যালয় বৰ্তমানে পুৰণি বিদ্যালয় ভৱনত চলি আছে। আনহাতে নতুন বিদ্যালয় ভৱনটোৰ নিৰ্মাণ কাৰ্য শেষ হ’লেও আনুষংগিক কিছু কামকাজ বাকী থকাৰ লগতে খোৱাপানীৰ সমস্যা অটাইতকৈ ডাঙৰ সমস্যা হৈ ৰৈছে। সেয়ে মঙলবাৰৰ সভাত খোৱা পানীৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগক সোনকালে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত হাজৰিকাই। আনহাতে গড়কাপ্তানী বিভাগৰ ফালৰ পৰা কোৱা হয় যে জানুৱাৰি মাহৰ ভিতৰত অবশিষ্ট কাম সম্পন্ন কৰি তোলা হ’ব।
Apply Now
পঙ্কজ কুমাৰ দেৱ

পঙ্কজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd