• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰ্নবিল মহোৎসৱৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ : উদ্বোধন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে

এন ই নাও নিউজ ব্যুৰো, কোহিমা: by এন ই নাও নিউজ ব্যুৰো, কোহিমা:
December 1, 2017 2:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ প্ৰখ্যাত হৰ্নবিল মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কোহিমাৰ নগা ঐতিহ্যপূৰ্ণ গাওঁ কিছামাত অহা শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া মহোৎসৱৰ বাবে সকলো আয়োজন অন্তিম পৰ্যায়ত উপনীত হৈছে। নাগালেণ্ডৰ এই বৰ্ণাঢ্য মহোৎসৱটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

কিছামাত হৰ্নবিল মহোৎসৱৰ মুখ্য অনুষ্ঠানত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ বাবে নাগালেণ্ডৰ কলা আৰু সাংস্কৃতিক বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ সকলো আৰু ৰাজ্যখনৰ বাহিৰৰ জনগোষ্ঠীৰ সাংস্কৃতিক দলে তেওঁলোকৰ বৰ্ণিল পৰম্পৰাগত সাজ-সজ্জাৰে নিজৰ নিজৰ নৃত্য গীতেৰে মুখৰিত কৰি তুলিব মহোৎসৱটি।

Apply Now

মহোৎসৱটিৰ মূল মণ্ডপৰ ভিতৰত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰকৰ কাষতে থকা আৰ্টিষ্ট কৰ্নাৰত শিল্প কৰ্মৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ লগতে কলা প্ৰদৰ্শন তথা ছবি অংকন, চিত্ৰ প্ৰদৰ্শনী, চিত্ৰ প্ৰতিযোগিতা আদি চলি থাকিব।

আৰ্কাইভ কৰ্নাৰত ৰাজহুৱা আৰু ব্যক্তিগত সূত্ৰৰ পৰা পোৱা ঐতিহাসিক তথ্য, ঐতিহাসিক আৰু ভৌগলিক মানচিত্ৰৰ প্ৰদৰ্শনী আৰু বিভাগীয় প্ৰকাশনৰ বিক্ৰী আদি থাকিব য’ত ছাত্ৰ-ছাত্ৰী, পণ্ডিত তথা গৱেষকসকলে অধ্যয়নৰ সুবিধাও পাব।

দ্বিতীয় বিশ্ব যুদ্ধৰ যাদুঘৰটো নতুন প্ৰজন্মক ঐতিহাসিক ঘটনা, শিল্পকলাৰ গুৰুত্ব আদি সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যে ৰাইজৰ বাবে মুকলি ৰখা হ’ব।

আনহাতে শেহতীয়া খবৰমতে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দুদিনীয়া কাৰ্য্যসূচী লৈ মিজোৰামৰ আইজলত উপস্থিত হয়। ৰাষ্ট্ৰপতি হিচাপে এয়াই হ’ল তেওঁৰ প্ৰথমটো মিজোৰাম ভ্ৰমণ। তেওঁ তাত কাইলৈ মিজোৰাম বিধান সভাত ভাষণ দিয়াৰ কথা। ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ সূত্ৰই এই কথা কয়। তেওঁ তাৰ ৰাজভৱনত আয়োজিত হ’ব লগীয়া দুখীয়াৰ বাবে ঘৰ (Housing for the Poor Project) নামৰ এটা প্ৰকল্প মুকলি কৰাৰ কথা। মিজোৰামৰ পৰা ৰাষ্ট্ৰপতি নাগালেণ্ডত অনুষ্ঠিত হৰ্নবিল উৎসৱ উদ্বোধন কৰিবলৈ যাব।

এন ই নাও নিউজ ব্যুৰো, কোহিমা:

এন ই নাও নিউজ ব্যুৰো, কোহিমা:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd