• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৭ হ’ব উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বৰ্ষ : ড০ জিতেন্দ্ৰ সিং

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
December 29, 2017 10:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ ক উত্তৰ পূৰ্বাঞ্চলৰ বাবে যুগান্তকাৰী বৰ্ষৰূপে উল্লেখ কৰি দ’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে শুকুৰবাৰে কয় যে এই বছৰতো কেৱল কিছুমান উল্লেখযোগ্য উন্নয়নমূলক উদ্যোগৰ সাক্ষীয়েই নহয় বৰঞ্চ দশক জুৰি পৰি থকা বহু বিলাক সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লোৱা এটা বছৰ হিচাপেও ই ইতিহাসৰ পৃষ্ঠাত ঠাই পাব। ড০ সিঙে কয় যে প্ৰধান মন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰী সভাই বৃটিছ শাসনৰ উত্তৰাধিকাৰ বহন কৰি অহা ৯০ বছৰ পুৰণা ভাৰতীয় বন আইন ১৯২৭ ৰ সংশোধন কৰাৰ ফলত ভাৰতীয় বন আইন ১৯২৭ ৰ অধীনত এবিধ ‘গছ’ হিচাপে সংজ্ঞায়িত কৰা ‘বাঁহ’ৰ সংজ্ঞাৰ সংশোধন ঘটি আৰ্থিক ব্যৱহাৰৰ বাবে বাঁহ কাটোতে অনুমতি লোৱাৰ প্ৰয়োজনীয়তা নোহোৱা হ’ল। বনাঞ্চল নোহোৱা অঞ্চলত খেতিৰ লগত জড়িত নোহোৱা লোকসকলকো বাঁহৰ খেতি আৰু বাঁহৰ ব্যৱহাৰৰ অনুমতি দি নিয়োগ সৃষ্টি আৰু উদ্যমিতাৰ ক্ষেত্ৰত নতুন বাটৰ মুকলি  কৰা এই সিদ্ধান্ত তেওঁৰ মতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাগ্য পৰিৱৰ্তনকাৰী হৈ উঠিব। তেওঁ লগতে কয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকল্পসমূহত পুঁজি যোগানৰ ক্ষেত্ৰত পূৰ্বতে থকা কেন্দ্ৰ-ৰাজ্যৰ ৯০:১০ অংশিদাৰিত্বৰ পৰিৱৰ্তন কৰি স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ পুঁজি যোগান ধৰাৰ সিদ্ধান্তটো অন্য এটা ঐতিহাসিক সিদ্ধান্ত। ড০ সিঙে কয় যে ২০১৭ বৰ্ষতে এই অঞ্চলটোত বিনিয়োগ কৰিবলৈ বিচৰা ষ্টাৰ্ট আপ আৰু উদ্যমি সকলৰ বাবে দ’নাৰ মন্ত্ৰ্যালয়ৰ পৰা ‘ভেন্সাৰ কেপিটেল ফাণ্ড’ ৰ সূচনা কৰি উত্তৰ পূৰ্বাঞ্চলে সমগ্ৰ দেশৰ বাবে আৰ্হি স্থাপন কৰিলে। উত্তৰ পূৰ্বাঞ্চলে এই বছৰত কৰা দেশৰ ভিতৰতে  অন্য এটা প্ৰথম কামৰ উদাহৰণ হিচাপে ড০ সিঙে অঞ্চলটোৰ অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চলসমূহত অ’পিডি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে আৰম্ভ কৰা হেলিকপ্টাৰ নিৰ্ভৰ ‘এয়াৰ ডিচপেনচৰি’ হৈছে ভাৰতৰ ভিতৰত প্ৰথম এনে সম্পৰীক্ষা। সেই দৰে দ’নাৰ মন্ত্ৰ্যালয়ে বাংলাদেশলৈ নতুন ৰেইল লাইনৰ নিৰ্মাণৰ বাবেও দ’নাৰ মন্ত্ৰ্যালয়ে পুঁজি যোগান ধৰিছে। এই বছৰতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ নুতন দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এক বিশেষ হ’ষ্টেল নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে। তাৰোপৰি উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰ এটা নিৰ্মাণৰ বাবে দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ পৰা দ্বাৰকাত ১.৩২ একৰ মাটি লোৱা হৈছে।

Apply Now
ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd