• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ ফেব্ৰুৱাৰিৰ পৰা যোৰহাটত আৰম্ভ হ’ব ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 11:27 am
ঘোঁৰা দৌৰ
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩৮ সংখ্যক ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন অহা ২৩ ফেব্ৰুৱাৰিৰ পৰা যোৰহাটৰ ঐতিহাসিক জিমখানা ক্লাব গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাখনৰ বাবে আয়োজক জিমখানা ক্লাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখ্যযোগ্য যে ব্ৰিটিছ আমোলতে ইংৰাজসকলে মনোৰঞ্জনৰ আহিলা হিচাপে আৰম্ভ কৰা প্ৰতিযোগিতাখন বৰ্তমানো এক পৰম্পৰা হিচাপেই  জিমখানা ক্লাবে আয়োজন কৰি আহিছে।

Apply Now

লক্ষণীয় যে দেশৰ লগতে দেশৰ বাহিৰতো পূৰ্বৰে পৰা ঘোঁৰা দৌৰ প্ৰতিযোগিতা চলি থকা নজিৰ আছে যদিও যোৰহাট ৰেচৰ এক সুকীয়া মৰ্যাদা আছে কাৰণ ৰেচৰ সময়ত ইয়াৰ জকীয়ে জিন ব্যৱহাৰ নকৰে। যাৰ ফলত এই ব্যক্তিক্ৰমী পৰম্পৰাৰ বাবে কেৱল থলুৱা ঘোঁৰাই এই ৰেচত ভাগ লোৱা সত্ত্বেও আজিও যোৰহাট ৰেচে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰি আহিছে।

আনহাতে এই প্ৰতিযোগিতাখনৰ আন এক উল্লেখনীয় দিশ হৈছে স্থানীয় মিচিং সম্প্ৰদায়ৰ ভূমিকা।

লক্ষণীয় যে ইংৰাজৰ দিনৰ পৰাই প্ৰতিযোগিতাখনৰ সৈতে সৃংপৃক্ত হৈ পৰা অবিভক্ত শিৱসাগৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে আজিও এই প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

আয়োজক সমিতিয়ে জনোৱা মতে এইবাৰৰ প্ৰতিযোগিতাত জাঁজীমুখ, মালৌখাত আৰু কপাহতলী অঞ্চলৰ শতাধিক ঘোঁৰাই ভাগ ল’ব।

প্ৰতিযোগিতাখনত ২৩ আৰু ২৫ ফেব্ৰুৱাৰিত ঘোঁৰা ৰেচ হোৱাৰ বিপৰীতে ২৪ ফেব্ৰুৱাৰিত কাৰ ৰেলীৰ লগতে আছাম ৰাইফলছৰ ডগ ইউনিটে ডগ শ্ব’ প্ৰদৰ্শন কৰিব।

ইফালে, প্ৰতিদিনে ১০টাকৈ ৰেচ হ’ব লগা প্ৰতিযোগিতাৰ বিজয়ী ঘোঁৰাৰ গৰাকীক ৮ হাজাৰ আৰু বিজেতাক ৪ হাজাৰ প্ৰদান কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। একেদৰে বিজয়ী ঘোঁৰাৰ জকীসকলৰ বাবেও সুকীয়াকৈ প্ৰাইজমানিৰ ব্যৱস্থা ৰখা হৈছে।

তাৰোপৰি উক্ত প্ৰতিযোগিতাত ৰাজ্যপাল জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd